December 27, 2025 8:56 PM

views 49

অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী লোৱা হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত নিজ নিজ কর্মক্ষেত্ৰত সাফল্য অৰ্জন কৰা ডিব্ৰুগড় সাহিত্য সভাৰ ৪ গৰাকী কাৰ্যনিৰ্বাহক বিষয়ববীয়াক সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানতে...

December 27, 2025 6:59 PM

views 18

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত ইয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতিক ঐতিহ্যৰ অন্যতম শীর্ষস্থানীয় অনুষ্ঠান ৰূপে অসম সাহিত্য সভাই জাতীয় জীৱনলৈ অনন্য অৱদান আগবঢ়াই আহিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই নিৰবচ্ছিন্নভাৱে কাম কৰি আছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ লগতে ...

October 11, 2025 6:54 PM

views 43

শিলচৰত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন

ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিলচৰৰ বংগ ভৱনত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়। পতাকা উত্তোলন কৰে কাছাৰ জিলাৰ সাহিত্য সভাৰ সভাপতি ড০ যোগেশ্বৰ বৰ্মনে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সভাৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহকৰ সদস্যসকলৰ নাম পঞ্জীয়নৰ অন্তত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি কৌশিক ৰায়ে কাৰ্যনিৰ্বাহক অধিবেশনৰ উদ্বোধন কৰে। সাহিত্য সভ...

September 26, 2025 11:52 AM

views 78

জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুতৰ বাবে অসম সাহিত্য সভাৰ বিশেষ পদক্ষেপ

■ অসম সাহিত্য সভাই শিল্পী জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে। এই ৰচনাৱলী ২০২৬ বৰ্ষত প্ৰকাশ কৰা হ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে প্ৰকাশ কৰিছে। অসম সাহিত্য সভাই যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি সভাপতিগৰাকীয়ে কয়, যে শিল্পীগৰাকীৰ জীৱনী প্ৰাৰম্ভিক পৰ্যায়ত অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ সঁহাৰি পালে এই সংকলন তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষালৈ অনুবাদ কৰা হ'ব। তেওঁ কয়, যে জুবি...

August 11, 2025 12:09 PM

views 77

অসম সাহিত্য সভাৰ উদ্যোগত সদৌ অসম ভিত্তিত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতা সম্পন্ন

● অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত স্ব-নির্বাচিত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতাত গুৱাহাটীৰ ৰাগিনী কাশ্যপ ‘ক’ শাখাৰ শ্রেষ্ঠ আবৃত্তিকাৰ আৰু তৰ্ক প্ৰতিযোগিতাত পাঠশালাৰ হিয়া কলিতা শ্রেষ্ঠ তার্কিক হিচাপে নিৰ্বাচিত হৈছে। একেদৰে ‘খ’ শাখাত জুচিপৰ্ণা ডেকা শ্রেষ্ঠ আবৃত্তিকাৰ আৰু যোৰহাটৰ প্ৰাঞ্জলজ্যোতি ভূঞা শ্রেষ্ঠ তার্কিক হিচাপে নির্বাচিত হয়। অসম সাহিত্য সভাৰ কুঁহি, ৰামধেনু, তথ্য প্ৰযুক্তি আৰু আবৃত্তি কলা তথা হাস্য-ব্যংগ উপ-সমিতিৰ সহযোগত গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয...

July 5, 2025 12:39 PM

views 22

দেওবাৰে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ দ্বিতীয় পূৰ্ণাংগ কার্যনির্বাহক ঢালিগাঁৱত অনুষ্ঠিত হ’ব

■ অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ দ্বিতীয় পূৰ্ণাংগ কার্যনির্বাহক অধিবেশনখন কাইলৈ চিৰাঙৰ ঢালিগাঁৱত অনুষ্ঠিত হ'ব। বঙাইগাঁও শোধনাগাৰৰ চৌহদত হ'বলগীয়া এই অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি, প্রধান সম্পাদক আৰু বিষয়ববীয়া সকলৰ লগতে অসমৰ প্ৰতিখন জিলাৰ পৰা কেন্দ্ৰীয় কার্যনির্বাহক সদস্য-সদস্যাসকলে অংশগ্রহণ কৰিব। অসম সাহিত্য সভাৰ স্মৃতি গ্রন্থ চিৰাং জ্যোতিৰ লগতে ভালেকইখন গ্ৰন্থ উন্মোচন কৰা হ'ব।

June 2, 2025 10:45 AM

views 25

সাহিত্যিক লুম্মেৰ ডাইৰ ওপজা দিন পালন

অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত কালি দিনজোৰা কাৰ্যসূচীৰে প্ৰথিতযশা, সাহিত্যিক, সাংবাদিক লুম্মেৰ ডাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিকগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ লগতে লুম্মেৰ ডাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পাছত আদি বানে কিবাংৰ সভাপতি তাদুম লিবাং আৰু আদি আগম কিবাংৰ সভাপতি টায়েত তালমে সাহিত্যিকগৰাকীৰ আৱক্ষ মুৰ্তি উন্মোচন কৰে। দিনৰ ভ...

April 4, 2025 6:51 PM

views 29

পহিলা বহাগৰ দিনটো ৬৫ বছৰৰ উৰ্ধৰ জাতীয় জীৱনৰ লগত সংপৃক্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আৰু সন্মান জনাবলৈ জিলা আৰু শাখা সাহিত্য সভাক আহ্বান অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাই প্ৰতিবছৰে পহিলা ব’হাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি আহিছে। সেই অনুসৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই সমূহ জিলা আৰু শাখা সাহিত্য সভালৈ আজি পত্ৰ প্ৰেৰণ কৰি পহিলা বহাগৰ দিনটো ৬৫ বছৰৰ উৰ্ধৰ জাতীয় জীৱনৰ লগত সংপৃক্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আৰু সন্মান জনাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই প্ৰতিবছৰে পালন কৰি অহা নিজৰ দিন অনুষ্ঠানটিৰ জৰিয়তে অসমীয়া কৃষ্টি, সংস্কৃতিৰ বিকাশ আৰু জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মানিত কৰাৰ প্ৰচেষ্টা অব্য...

February 19, 2025 10:55 AM

views 22

অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপাব: ড০ বসন্ত কুমাৰ গোস্বামী

  অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপাব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে ঘোষণা কৰিছে। সভাপতি হিচাপে প্ৰথমবাৰলৈ কালি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি ড০ গোস্বামীয়ে প্ৰকাশ কৰে যে সাহিত্য সভাৰ নতুন কার্যনির্বাহক সমিতিত এটা পৰিয়ালৰ কেৱল এজন ব্যক্তিক অন্তৰ্ভুক্ত কৰা হ'ব। পূৰ্বতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ পদ গ্রহণ কৰিও একো কাম নকৰা অথবা এখনো কার্যনির্বাহক সভাত উপস্থিত নথকা ব্যক্তিক কার্যনির্বাহকত অন্তৰ্...

February 4, 2025 7:20 PM

views 18

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি সামৰণি

নাট্যনগৰী পাঠশালাত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি পুৱা অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে উদ্বোধন কৰা এই সন্মিলনত কেইবাটাও ছাত্ৰ সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেশ কলিতাই উদ্বোধন কৰা এই সন্মিলনত দৈনিক অসম কাকতৰ প্ৰাক্তন ...