December 29, 2025 7:36 PM December 29, 2025 7:36 PM

views 2

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ আজি বটদ্ৰৱাত সাংস্কৃতিক প্রকল্প উদ্বোধন আৰু গুৱাহাটীত আৰক্ষী আয়ুক্তালয় ও জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বটদ্রবা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকি, চেলেং আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্রীশ্বাহে অনুষ্ঠানত দিয়া ভাষণত এই প্রকল্প উদ্বোধন কৰিবলৈ আমন্ত্রণ জনোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্রীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্ব ভাৰতত জন্মগ্রহণ কৰাটো সৌভাগ্যৰ কথা বুলিও তেওঁ প্রকাশ কৰে। ৰাজ্য চৰকাৰে ১ লাখতকৈ অধিক দখলকাৰী লোকক উচ্ছ...

December 9, 2025 8:09 PM December 9, 2025 8:09 PM

views 7

বন্দে মাতম গীতে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিলঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

দেশপ্রেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি বন্দে মাতৰম গীতৰ ডেৰশ বছৰীয়া বাৰ্ষিকী সন্দৰ্ভত আলোচনাৰ পাতনি মেলি শ্ৰীশ্বাহে কয়, যে এই অমৰ সৃষ্টিৰাজিয়ে দেশমাতৃৰ প্ৰতি কৰ্তব্য আৰু উৎসৰ্গাৰ মনোভাৱ যোগাই তোলে। বন্দে মাতৰমৰ আৱশ্যকতা স্বাধীনতা সংগ্ৰামৰ সময়তো আছিল আৰু আজিও আছে আৰু ২০৪৭ চনত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ সময়তো ইয়াৰ প্ৰাসংগিকতা অক্...

December 6, 2025 11:34 AM December 6, 2025 11:34 AM

views 7

অমিত শ্বাহৰ সভাপতিত্ব গুজৰাটৰ বানাছ ডেইৰিত সমবায় মন্ত্ৰ্যালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ তৃতীয় বৈঠক

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ বানাছ ডেইৰিত সমবায় মন্ত্ৰ্যালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ তৃতীয় বৈঠকত সভাপতিত্ব কৰিব। তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সানাদাৰত বানাছ দুগ্ধ উদ্যোগৰ জৈৱ চি এন জি আৰু সাৰ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে সানাদাৰত অত্যাধুনিক ১৫০ টি পি ডি পাউদাৰ গাখীৰ আৰু শিশু খাদ্য প্ৰকল্পৰ আধাৰশিলা স্থাপনত অংশগ্ৰহণ কৰিব। কেন্দ্রীয় মন্ত্রী শ্রীশ্বাহে এখন ৰাজহুৱা সভাতো ভাষণ দিব। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি কেন্দ্রীয় মন্ত...

November 17, 2025 5:16 PM November 17, 2025 5:16 PM

views 8

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-ক...

October 17, 2025 8:26 PM October 17, 2025 8:26 PM

views 13

বিহাৰৰ চাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি বিহাৰৰ চাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি মেলে। তেওঁ চাৰণত তৰাইয়াৰ বিধায়ক জনক সিং আৰু অমন'ৰ প্ৰাৰ্থী কৃষ্ণ কুমাৰ মন্টুৰ হৈ প্ৰচাৰ চলায়। চাৰাণত তৰাইয়াত এখন নির্বাচনী সভাত ভাষণ দি শ্রীশ্বাহে বিগত দুটা দশক ধৰি ৰাজ্যখনৰ আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে এন ডি এ মিত্রজোট নীতিশ কুমাৰৰ নেতৃত্বত নির্বাচনী খুঁজত অৱতীৰ্ণ হৈছে। বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱদানৰ বিষয়ে আলোকপাত কৰ...

October 13, 2025 12:51 PM October 13, 2025 12:51 PM

views 13

এদিনীয়া ভ্রমণসূচীৰে অমিত শ্বাহ আজি ৰাজস্থানৰ জয়পুৰত উপস্থিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া ভ্রমণসূচীৰে ৰাজস্থানৰ জয়পুৰত উপস্থিত। এই ভ্রমণকালত তেওঁ নতুন ফৌজদাৰী আইন-ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৰূপায়ণৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী মুকলি কৰে। ছদিনীয়াকৈ আয়োজন কৰা এই প্রদর্শনীত নতুন আইনৰ মুখ্য বিধানসমূহৰ আলোকপাত কৰাৰ লগতে ৰাজস্থানত এই আইনসমূহ ৰূপায়ণৰ পাছত লাভ কৰা অগ্রগতিসমূহ দেখুওৱা হ'ব। ইয়াৰ পাছত শ্রীশ্বাহে এখন জনসভাত ভাষণ দিব। এই অনুষ্ঠানতে তেওঁ ৰাইজিং ৰাজস্থান গ...

September 22, 2025 7:21 PM September 22, 2025 7:21 PM

views 25

প্রধানমন্ত্ৰী মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে নতুন সংস্কাৰে ভালেসংখ্যক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস কৰি সামগ্ৰিকভাৱে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ বিকাশ দ্রুত হ...

September 16, 2025 1:14 PM September 16, 2025 1:14 PM

views 18

নতুন দিল্লীত আজি মাদকদ্রব্য বিৰোধী টাস্ক ফ’ৰ্চৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত আজি মাদকদ্রব্য বিৰোধী টাস্ক ফ'ৰ্চৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই সন্মিলনে ড্রাগছমুক্ত ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দায়বদ্ধতাক শক্তিশালী কৰাৰ লগতে এই লক্ষ্যত উপনীত হ'বলৈ ৰোডমেপ প্ৰস্তুত কৰাৰ কৌশলগত মঞ্চ হিচাপে কাম কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে, মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ দ্বাৰা আয়োজিত এই সন্মিলনৰ বিষয়বস্তু হৈছে ইউনাইটেড ৰিজ'লভ, শ্বেয়াৰ্ড ৰেচপন্সিবিলিটি। ড্ৰাগছৰ ব...

August 28, 2025 6:55 PM August 28, 2025 6:55 PM

views 14

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কিছুসময়ৰ পিছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হব। ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃবৰ্গই প্ৰকাশ কৰা অনুসৰি তেওঁক বিমান বন্দৰৰ পৰা পোনে পোনে বশিষ্টৰ অটল বিহাৰী বাজপেয়ী ভৱনলৈ ৰাওনা হব। তেওঁ বিজেপিৰ মূল সমিটিৰ সৈতে বাজপেয়ী ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব। ইয়াৰ পি...

August 28, 2025 1:22 PM August 28, 2025 1:22 PM

views 27

আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি অসমলৈ আহিব। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত আয়োজিত এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব। শ্ৰীশ্বাহে কাইলৈ খানাপাৰা খেলপথাৰত হ'বলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ পৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ঘোষণা কৰিছে। এ...