May 30, 2025 10:17 AM

views 10

জম্মু-কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে জম্মুত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু আৰু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে যোৱানিশা জম্মুত এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। শ্রীশ্বাহে লগতে অহা ৩ জুলাইত আৰম্ভ হ'বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ সুৰক্ষা আৰু অন্যান্য ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। উপ-ৰাজ্যপাল মনোজ সিনহা, সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব আতাল ডুল্লুৰ উপৰি বিভিন্ন অৰ্ধসামৰিক বাহিনী, আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ প্ৰমুখসকল উপস্থিত থকা বৈঠকখনত গৃহমন্ত্ৰী ...