September 30, 2024 8:35 PM

views 12

নতুন দিল্লীত এয়াৰ মাৰ্শ্বেল অমৰপ্ৰীত সিঙৰ ভাৰতীয় বিমান বাহিনীৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ

এয়াৰ মাৰ্শ্বেল অমৰপ্ৰীত সিঙে আজি নতুন দিল্লীত ভাৰতীয় বিমান বাহিনীৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ভাইচ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এয়াৰমাৰ্শ্বেল অমৰপ্ৰীত সিঙে ১৯৮৪ চনত ভাৰতীয় বিমান বাহিনীত যুঁজাৰু পাইলট হিচাপে যোগদান কৰিছিল। ৪০ বছৰীয়া তেওঁৰ সুদীৰ্ঘ কাৰ্যকালত বিভিন্ন দায়িত্ব তেওঁ সুচাৰুৰূপে পালন কৰিছিল। নেচনেল ডিফেন্স একাডেমী, ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ আৰু নেচনেল ডিফেন্স কলেজৰ পৰা সুকলমে উত্তীৰ্ণ হোৱা এয়াৰ মাৰ্শ্বেল অমৰপ্ৰীত ...