May 29, 2025 7:04 PM

views 28

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত আজি ৪০০ৰো অধিক কৃষকৰ উপস্থিতিত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কৃষক, কৃষি বিজ্ঞানী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগকে ধৰি বিভিন্...

May 29, 2025 6:22 PM

views 19

শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমাৰ বাবে জিলা কৃষি বিভাগৰ আহ্বান

কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য বীমা কৰোৱা কৃষকসকলৰ শস্য, প্রাকৃতিক দুর্যোগ অথবা কীট-পতংগই অনিষ্ট কৰিলে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিয়া হ'ব। এই আঁচনিৰ অধীনত মাত্ৰ এশ টকাত ১ হেক্টৰ কৃষি ভূমিৰ শস্য বীমা কৰিব পাৰিব বুলি জিলা কৃষি বিভাগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে কৃষকসকলে শালি খেতিৰ বাবে ৩১ জুলাই পর্যন্ত পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ বাবে আধাৰকাৰ্...

May 29, 2025 6:17 PM

views 22

আজিৰে পৰা ১২ জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে আজিৰে পৰা ১২ জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে – দেশৰ ৭০০ খন জিলাৰ প্ৰায় ডেৰ কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুসংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ ৫২টা গোট গঠন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বিষ...

March 11, 2025 1:02 PM

views 19

২০২৪-২৫ বৰ্ষত কৃষিজাত শস্যৰ উৎপাদন বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ প্ৰকাশ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ বাবে প্রধান কৃষিজাত সামগ্রী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্রতিবেদন প্রকাশ কৰিছে। পূর্বানুমান অনুসৰি খাৰিফ কৃষিজাত শস্যৰ উৎপাদন প্রায় ৬৬ লাখ মেট্রিক টন হোৱাৰ ৰবি খাদ্য শস্যৰ উৎপাদন এহেজাৰ ৬৪৫ লাখ মেট্রিক টনতকৈও অধিক হ'ব বুলি অনুমান কৰা হৈছে । খাৰিফ ধানৰ উৎপাদন ২০২৩-২৪ বৰ্ষৰ প্ৰায় এহেজাৰ ১৩২ লাখ মেট্রিক টনৰ পৰা বৃদ্ধি হৈ এহেজাৰ ২০৬ লাখ মেট্রিক টন হ'ব বুলি আশা কৰা হৈছে। তুৰ আৰু মাহজাতীয় শস্যৰ উৎপাদন ৩৫ লাখ ১১ হাজাৰ মেট্রিক টন আৰু ১১৫ লাখ ...

March 11, 2025 12:59 PM

views 24

২০২৪-২৫ বৰ্ষত কৃষিজাত শস্যৰ উৎপাদন বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ প্ৰকাশ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ বাবে প্রধান কৃষিজাত সামগ্রী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্রতিবেদন প্রকাশ কৰিছে। পূর্বানুমান অনুসৰি খাৰিফ কৃষিজাত শস্যৰ উৎপাদন প্রায় ৬৬ লাখ মেট্রিক টন হোৱাৰ ৰবি খাদ্য শস্যৰ উৎপাদন এহেজাৰ ৬৪৫ লাখ মেট্রিক টনতকৈও অধিক হ'ব বুলি অনুমান কৰা হৈছে । খাৰিফ ধানৰ উৎপাদন ২০২৩-২৪ বৰ্ষৰ প্ৰায় এহেজাৰ ১৩২ লাখ মেট্রিক টনৰ পৰা বৃদ্ধি হৈ এহেজাৰ ২০৬ লাখ মেট্রিক টন হ'ব বুলি আশা কৰা হৈছে। তুৰ আৰু মাহজাতীয় শস্যৰ উৎপাদন ৩৫ লাখ ১১ হাজাৰ মেট্রিক টন আৰু ১১৫ লাখ ...

March 6, 2025 11:40 AM

views 24

আজিৰে পৰা বঙাইগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন

■ বঙাইগাঁও জিলা কৃষি বিভাগৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ উদ্যোগত জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষক প্ৰশিক্ষাৰ্থীৰ পঞ্জীয়ন, প্ৰদৰ্শনী আৰু কৃষি সামগ্ৰী বিতৰণ, ৰেচম সম্পর্কীয় প্রশিক্ষণ, উদ্যান শস্য, পশুপালন, শস্য বিজ্ঞান আদি বিষয়ক প্ৰশিক্ষণকে ধৰি কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে।যোৰহাটতো কালিৰে পৰা দুদিনীয়াকৈ কৃষক মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই কালি এই মেলাখন উদ্বোধন কৰি কয়, যে অনাগত সময়ত ক...

January 2, 2025 9:22 AM

views 38

কৃষকসকলৰ কল্যাণৰ বাবে ৩টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

■ নৰেন্দ্ৰ মোদী চৰকাৰে নতুন বছৰটো খেতিয়কৰ নামত উচৰ্গা কৰা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্রীসভাই প্রধানমন্ত্রী ফচল বীমা আঁচনি আৰু ন-ৰূপত সজাই তোলা বতৰ আধাৰিত শস্য বীমা আঁচনিখন ২০২৫-২৬ বৰ্ষলৈ অব্যাহত ৰখাৰ আৰু ডাই এমনিয়াম ফছফেট সাৰৰ ক্ষেত্ৰত অতিৰিক্ত ৰাজসাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শ...

December 15, 2024 6:45 PM

views 22

চৌধুৰী চৰণ সিং হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়ৰ সংহত কৃষি ব্যৱস্থা আৰ্হিৰ ৰাষ্ট্রীয় স্বীকৃতি লাভ

হাৰিয়ানাৰ হিচাৰত অৱস্থিত চৌধুৰী চৰণ সিং হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়ত সৰ্বভাৰতীয় সংহত কৃষি ব্যৱস্থা গৱেষণা প্ৰকল্পৰ অধীনত এক হেক্টৰ মাটিত প্ৰস্তুত কৰা সংহত কৃষি ব্যৱস্থা আৰ্হিয়ে ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য বি আৰ কম্বোজে কয়, যে এই আৰ্হিৰ দ্বাৰা কৃষকসকলক বিভিন্ন শস্য, শাক-পাচলি, ফল-মূল আদিৰ খেতি কৰাৰ লগতে পশুপালন, কেঁচুসাৰ আৰু কাঠফুলা তথা জৈৱ ইন্ধন উৎপাদন কৰাৰ দৰে সংহত কৃষি পদ্ধতিৰ প্ৰতি আকৃষ্ট কৰিব। এই আৰ্হিটো ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বাবে বিশেষভাৱে প্ৰ...

October 7, 2024 11:41 AM

views 24

কলাক্ষেত্ৰত কৃষি যন্ত্রপাতি, ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ, কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে আজি কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্রী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত ২৫০টা কৃষক গোটৰ লগতে দুহেজাৰ ৪৯০ গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্রপাতি বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত কৃষকৰ মাজত চাৰি লাখতকৈও অধিক সংখ...

September 16, 2024 5:57 PM

views 26

তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বোকাখাটত মন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

বিধানসভা সমষ্টি ভিত্তিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নাৰী সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই অভিলাসী আঁচনিখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অহা ১৯ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা কেন্দ্ৰীয়ভাৱে মুকলি কৰিব। মন্ত্ৰী শ্ৰীবৰাই বোকাখাটত অনুষ্ঠানটিত অংশগ্রহণ কৰিবলগীয়া ৰাইজৰ সা-সুবিধাৰ যাৱতীয় ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। পর্যালোচনা বৈঠকত জিলাখন...