January 26, 2025 11:03 AM

views 42

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিবঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

সংসদত উত্থাপিত এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিব। এনেধৰণৰ ব্যাপক সংস্কাৰৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দেশত ১৯৪৭ চনৰে পৰা ভাৰতীয়...

January 25, 2025 8:32 PM

views 43

৭৬ সংখ্যক গণৰাজ্য দিৱসত এইবাৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মুখ্য অতিথি হিচাপে উপস্থিত

সমগ্র দেশে কাইলৈ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত এই দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিব। ভাৰতৰ সাংস্কৃতিক বৈচিত্র্য, সামৰিক শক্তি, সংবিধান গ্ৰহণৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰি কাইলৈ গণৰাজ্য দিৱসৰ কুচকাৱাজ প্ৰদৰ্শন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ঘোঁৰা বাগীৰে কৰ্তব্য পথত উপস্থিত হোৱাৰ পাছত সুৰক্ষা বাহিনীসমূহৰ সামৰিক অভিবাদন গ্ৰহণ কৰিব। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টো এইবাৰ এই দিৱস...

January 25, 2025 8:07 PM

views 43

কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন

কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে'ল আৰক্ষীয়েও ৰে'ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কাইলৈ পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। মুখ্যমন্ত্রী ...