কাইলৈৰ পৰা T-20 ব্লাষ্ট ক্রিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ অনুষ্ঠিত হ’ব

■ টি-টুৱেন্টি ব্লাষ্ট ক্রিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল কাইলৈ লণ্ডনৰ কেনিংটন অভেলত অলি প’’প নেতৃত্বাধীন ছাৰী আৰু এলেক্স লিজ নেতৃত্বাধীন ডাৰহামৰ মাজত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ ১০.৩০ বজাত আৰম্ভ হ’ব।