ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 12, 2025 1:28 PM | Sri Bhumi

printer

শ্রীভূমি জিলাৰ ৩০ শতাংশতকৈ কম নম্বৰ পোৱা ৪২খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি

শ্রীভূমি জিলাৰ বিদ্যালয় পৰিদৰ্শকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩০ শতাংশতকৈ কম নম্বৰ পোৱা ৪২খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৭ দশমিক ৯-৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি জিলা তালিকাৰ শেষত আছে। বিদ্যালয় পৰিদৰ্শকে এই সমগ্র বিষয়টো অতি চিন্তাজনক বুলি উল্লেখ কৰি এই বিদ্যালয়সমূহত প্ৰদান কৰা শিক্ষাৰ গুণগত মান সন্দৰ্ভতো প্রশ্ন উত্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।