সোণাপুৰত দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ চিন্তন বৈঠক

আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ২০২৬ চনৰ নিৰ্বাচনত দলে কিদৰে আগবাঢ়িব সেই বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ দায়িত্বত থকা দলৰ নেতা হৰিশ দ্বিবেদী প্ৰমুখ্যে ভালেসংখ্যক শীর্ষ নেতা উপস্থিত থাকে।