July 2, 2025 8:06 PM | Sibsagar

printer

শিৱসাগৰত কালিৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনৰ উদ্ধাৰ অভিযান অব্যাহত

শিৱসাগৰ জিলাৰ চেৰেকাপাৰৰ হাতীমুৰীয়া ঘাটত কালিৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনক উদ্ধাৰ কৰাৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে অভিযান চলাই আছে। দিখৌ নৈত গা ধুবলৈ যোৱা একেখন বিদ্যালয়ৰ ৬ জন কিশোৰৰ দুজনৰ এতিয়ালৈকে সন্ধান পোৱা নাই।  আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কিশোৰ দুজনৰ চাইকেল, স্কুল বেগ আৰু কাপোৰ উদ্ধাৰ কৰিছে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।