ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 28, 2025 6:59 PM | PM

printer

অহা ৩০ মাৰ্চৰ পৰা প্রধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মাৰ্চৰ পৰা মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ কৰিব। মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰীয়ে নাগপুৰলৈ গৈ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে দীক্ষা ভূমিও ভ্ৰমণ কৰিব। ইয়াৰ পাছত তেওঁ নাগপুৰত মাধৱ নেত্ৰালয় প্রিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন জনসভাতো ভাষণ দিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাজ্যখনত নতুনকৈ স্থাপন কৰা কেইবাটাও প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।
মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে বিলাশপুৰত ৩৩ হাজাৰ কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প মুকলি কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।