২১ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিৱেশন ২১ জুলাইত আৰম্ভ হ’ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰিছে। বুধবাৰে শ্ৰী ৰিজিজুৱে কয়, যে স্বাধীনতা দিৱস উদযাপনৰ বাবে ১৩ আৰু ১৪ আগষ্টত সংসদৰ অধিৱেশন অনুষ্ঠিত নহয়। ২১ আগষ্টত চলিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত আনৱিক খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।