June 6, 2025 12:45 PM | Manipur flood

printer

মণিপুৰৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত

মণিপুৰত সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। অৰুণাচলতো বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে বুলি আমাৰ আকাশবাণীৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে, সাম্প্রতিক বানত অৰুণাচলত ৩৩ হাজাৰ ২০০ লোক ক্ষতিগ্ৰস্ত হৈছে । একেদৰে ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু নাগালেওতো সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে।