December 5, 2025 7:25 PM | Majuli

printer

মাজুলীৰ বিহিমপুৰ সত্ৰৰ যুৱ সংঘৰ সৌজন্যত অসম ভিত্তিত দিবা-নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত

মাজুলীৰ বিহিমপুৰ সত্ৰৰ যুৱ সংঘৰ সৌজন্যত আৰু স্থানীয় ৰাইজ সহযোগত বিহিমপুৰ সত্ৰৰ ৰংগমঞ্চ প্ৰাংগণত কালিৰে পৰা দুদিনীয়াকৈ অসম ভিত্তিত দিবা-নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভলীবল দলে অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।