January 7, 2025 1:21 PM | Majuli

printer

মাজুলীত ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা

মাজুলীৰ বনগাঁও টাউন ক্লাবৰ উদ্যোগত অহা ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ এখন দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ীলৈ ট্ৰফীসহ নগদ এক লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে বিজেতা দলক ট্ৰফীসহ নগদ ৭০ হাজাৰ টকা প্ৰদান কৰা হ’ব। আনহাতে মেন অব দ্যা ছিৰিজলৈ ১০ হাজাৰ টকা আৰু ফাইনেল খেলৰ মেন অব দ্যা মেচলৈ ৫ হাজাৰ টকাৰ লগতে প্রতিযোগিতাৰ শ্ৰেষ্ঠ বেটছমেন আৰু বলাৰক ৫ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।