ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 10, 2024 7:06 PM | Majuli

printer

মাজুলীত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান

মাজুলী জিলা কৃষি বিভাগৰ অধীনত আটমাৰ উদ্যোগত আজি গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত মহৰিচুক আৰু মালাপিন্ধা মিৰি গাঁৱত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। এই অনুষ্ঠানত প্ৰশিক্ষণপ্রাপ্ত মহিলাসকলৰ মাজত খেতিৰ বাবে যাৱতীয় সামগ্রীও বিতৰণ কৰা হয়। গড়মূৰ আৰু কমলাবাৰী কৃষি চক্ৰৰ কেইবাগৰাকীও কৃষি উন্নয়ন বিষয়াৰ লগতে কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা মাধুৰীমা দত্তই এই প্রশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে।