ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱা ফাইনেলত প্ৰৱেশ

ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱাই আস্তানাত চলি থকা কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ফাইনেলৰ বাবে অগ্রগতি লাভ কৰিছে। যোৱা নিশা অনুষ্ঠিত খেলত অনুপমা উপাধ্যায়ে জাপানৰ ছ’ৰানা য়শ্বিকাৱাক আৰু ঈশাৰাণী বৰুৱাই তৃতীয় বাছনিৰ হংকঙৰ ল’ ছিন য়ান হেপীক পৰাজিত কৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ তৰুন মান্নেপল্লীয়ে ফাইনেলত প্ৰবেশ কৰিছে। ফাইনেলত তেওঁ অষ্টম বাছনিৰ মালয়েছিয়াৰ খেলুৱৈ ছুং জ’ ভেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে মিক্সড ডাবলছত ভাৰতীয় যুটী সঞ্জয় শ্রীবাস্তব ধনৰাজ আৰু মানেছা কে, মালয়েছিয়াৰ যুটী ৰং টিয়েন চি আৰু লিম শ্বিয়ু ছিয়েনৰ মুখামুখি হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।