December 20, 2025 6:43 PM | kaliabor

printer

২০ দিনীয়া অচলাৱস্থাৰ অন্তত অসম সমবায় মৰাপাট কলত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ

কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটত ২০ দিনীয়া অচলাৱস্থাৰ অন্তত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ হ’ব। চনু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শশী প্রকাশ পুৰোহিতক মৰাপাট কল পৰিচালনাৰ দায়িত্ব অর্পণ কৰা হৈছে। মৰাপাট যোগানকাৰীৰ সৈতে হোৱা বৈঠকত দ্বিতীয় গোটটোৰ উৎপাদন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।