ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

‘হাৰ ষ্টৰী – মাই ষ্টৰী’ শীৰ্ষক এলানি অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাষণ দিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনৰ বেডমিণ্টন ক’ৰ্টত প্ৰসিদ্ধ খেলুৱৈ ছাইনা নেহৱালৰ সৈতে বেডমিণ্টন খেলাৰ কথাই তেওঁৰ ক্ৰীড়াৰ প্ৰতি থকা স্বাভাৱিক আকৰ্ষণৰ কথা প্ৰতিফলিত কৰে।
বেডমিণ্টনৰ কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান বিশেষকৈ মহিলা খেলুৱৈসকলে বিশ্বৰ পৰ্যায়ত এটা বিশেষ আধিপত্য বিস্তাৰ কৰাৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ এই পদক্ষেপে সকলোকে অনুপ্রাণিত কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আজি বেডমিণ্টন তাৰকা ছাইনা নেহৱালে মহিলা পদ্ম বঁটা প্ৰাপকসকলক প্রতিফলিত কৰি আয়োজন কৰা ‘হাৰ ষ্টৰী – মাই ষ্টৰী’ শীৰ্ষক এলানি অনুষ্ঠানত ভাষণ দিব।