ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মণিপুৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

মণিপুৰৰ বিভিন্ন প্ৰান্তত কালি হোৱা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হোৱাৰ ফলত থাউবালৰ সাপাম লেইকেই আৰু খংজম গাঁৱৰ কেইবাটাও বাসগৃহ, ভৱন তথা বহু খেতিপথাৰ ক্ষতিগ্রস্ত হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত হোৱা মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ আন্তঃগাঁথনি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। গুৱাহাটী বিমানবন্দৰৰ মুধুচৰ এটা অংশ কালি বৰষুণৰ ফলত ভাঙি পৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৪ এপ্ৰিললৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বিজুলী-ঢেৰেকণিৰে মজলীয়াৰ পৰা মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।