ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

১৩ মে’ত হ’বলগীয়া চতুর্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি বুজ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ১৩ মে’ত হ’বলগীয়া চতুর্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি নিৰীক্ষণৰ বাবে নিয়োগ কৰা ৩৫৪ গৰাকী নিৰীক্ষকে আজি এই পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ সবিশেষ বুজ লয়। সেই উপলক্ষে আয়োজিত বৈঠকত মুখ্য নির্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে এই নির্বাচন মুক্ত, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে গ্রীষ্ম প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি ভোটকেন্দ্ৰসমূহত প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ উপৰি যাৱতীয় ব্যৱস্থাসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।