ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১৩টা সমষ্টি পুনঃনিৰ্ধাৰণৰ বাবে প্ৰকাশিত খচৰাত ওজৰ-আপত্তি দাখিলৰ দিন ৩০ জুন ধাৰ্য

সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১৩টা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশিত খচৰাৰ ক্ষেত্ৰত ওজৰ-আপত্তিৰ দাখিলৰ দিন অহা ৩০ জুন ধাৰ্য কৰা হৈছে। দাবী আৰু আপত্তিসমূহৰ নিষ্পত্তিকৰণৰ অন্তিম দিন অহা ৭ জুলাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাৰ ক্ষেত্ৰত কিবা দাবী বা আপত্তি থাকিলে সংশ্লিষ্ট ব্যক্তি বা সংগঠনে ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আপত্তিসমূহ দাখিল কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।