August 4, 2025 12:24 PM | CBI

printer

ধন দাবী আৰু গ্ৰহনৰ অভিযোগত মুম্বাইত এগৰাকী শুল্ক অধীক্ষকক গ্ৰেপ্তাৰ চি বি আইৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা -CBI এ কালি ধন দাবী আৰু গ্ৰহনৰ অভিযোগত মুম্বাইৰ চাহাৰৰ এয়াৰ কার্গো চৌহদৰ পৰা এগৰাকী শুল্ক অধীক্ষকক গ্ৰেপ্তাৰ কৰে। ধৃত অধীক্ষকগৰাকীয়ে আমদানীকৃত চালানসমূহৰ ক্লীয়াৰেঞ্চ দিয়াৰ বাবদ কাষ্টম হাউচ এজেণ্টৰ পৰা ধন ১০লাখ ২০ হাজাৰ টকাৰ উৎকোচ দাবী আৰু গ্ৰহন কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।