খেল

December 19, 2025 6:51 PM

views 14

গুৱাহাটীত অহা ২১ ডিচেম্বৰৰ পৰা অস্মিতা পূব মণ্ডল হকী প্রতিযোগিতা

গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়াবুল্লা হকী ষ্টেডিয়ামত অহা ২১ ডিচেম্বৰৰ পৰা অস্মিতা পূব মণ্ডল হকী প্রতিযোগিতা অনুষ্ঠিত হ'ব। অসম হকীৰ সভাপতি তপন দাসে জনোৱা অনুসৰি, ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত হ'বলগীয়া প্রতিযোগিতাখনত ঘৰুৱা দল অসমৰ লগতে বিহাৰ, ত্ৰিপুৰা, মিজোৰাম, ওড়িশাৰ ছোৱালীৰ দলে যোগদান কৰিব।...

December 19, 2025 12:35 PM

views 17

ঝাৰখণ্ডৰ প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল

ছৈযদ মুস্তাক আলী ট্ৰফী ক্রিকেট প্রতিযোগিতাত কালি নিশা পুনেত অনুষ্ঠিত ফাইনেলত ঝাৰখণ্ডে হাৰিয়ানাক ৬৯ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত প্ৰথমে বেট ধৰি ঝাৰখণ্ডে ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ২৬২ ৰান সংগ্ৰহ কৰে। দলটোৰ অধিনায়ক ঈশান কিশানে ৪৯টা বলত ১...

December 19, 2025 12:28 PM

views 16

আহমেদাবাদত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিম মেচ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত ২-১ ফলাফলত আগবাঢ়ি আছে।

December 18, 2025 4:54 PM

views 26

কাইলৈ সন্ধিয়া ৭ বজাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱানিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আম্পায়াৰে কেইবাবা...

December 17, 2025 12:05 PM

views 23

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ট্ৰফীৰ ভ্ৰমণ আৰম্ভ

২০২৬ চনত হ'বলগীয়া পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ট্ৰফীৰ ভ্ৰমণ কালি আৰম্ভ হয়। প্রতিযোগিতাৰ দুই সহ আয়োজক ৰাষ্ট্ৰ ভাৰত আৰু শ্রীলংকাৰ সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা ৰামসেতুত এই ভ্রমণ মুকলি কৰা হয়। প্রতিযোগিতাখনৰ এই দশম সংস্কৰণত ২০টা দলে অংশ ল'ব। প্রতিযোগিতাৰ খেলসমূহ ভাৰতৰ পাঁচখন আৰ...

December 17, 2025 12:01 PM

views 24

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল

 ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি লক্ষ্ণৌৰ ভাৰতৰত্ন শ্রীঅটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি ২১ ফলাফলেৰে শৃংখলাত আগবাঢ়ি আছে। আজিৰ খেলখনত বিজয় সাব্যস্ত কৰিব পাৰিলেই ভাৰত...

December 16, 2025 1:25 PM

views 15

নগাঁও নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত MASTER GAMES প্রতিযোগিতাৰ যোগাসনত ধেমাজি দল শ্ৰেষ্ঠ

অসম MASTER GAMES সন্থাৰ উদ্যোগত নগাঁও নুৰুল আমিন ষ্টেডিয়ামত যোৱা ১২ৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত সপ্তম সদৌ অসম MASTER GAMES প্রতিযোগিতাত ধেমাজি জিলাৰ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশ লৈ স্থান অর্জন কৰিছে। এই প্ৰতিযোগিতাত জিলাখনৰ দলটো শ্ৰেষ্ঠ যোগাসন দল হিচাপে বিবেচিত হয়।

December 15, 2025 8:54 PM

views 14

মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰ ৰুজু

আৰক্ষীৰ অপৰাধ শাখাই মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই অনুসৰি যিকোনো মুহূৰ্ততে এই চাৰিগৰাকী ক্রিকেট গ্ৰেপ্তাৰ হ'ব পাৰে। অসম ক্ৰিকেট সন্থাই এই চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাক এজাহাৰ দাখিল ক...

December 15, 2025 8:35 PM

views 14

ভাৰতীয় স্কোৱাচ দলৰ স্কোৱাচ বিশ্বকাপ খিতাপ দখল

ভাৰতীয় স্কোৱাচ খেলুৱৈৰ দলটোৱে ইতিহাস সৃষ্টি কৰি স্কোৱাচ বিশ্বকাপৰ খিতাপ দখল কৰিছে। চেন্নাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ঘৰুৱা দলটোৱে বিশ্বৰ শীৰ্ষস্থানীয় হংকঙক ৩-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিশ্বকাপ জয়ী ভাৰতীয়...

December 15, 2025 12:21 PM

views 17

টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতৰ হাতত দক্ষিণ আফ্ৰিকা পৰাস্ত

ধৰ্মশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া ১১৮ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে ১৫ অভাৰ ৫টা বলতে তিনিটা উইকেটৰ বিনিময়ত ১২০ ৰান কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।