খেল

December 25, 2025 11:20 AM

views 24

ভাৰতীয় পুৰুষ হকী দলৰ উপ-অধিনায়ক হার্ডিক সিঙক চলিত বৰ্ষৰ সন্মানীয় মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত

অলিম্পিকত দেশৰ হৈ দুবাৰকৈ পদক অৰ্জন কৰা আৰু ভাৰতীয় পুৰুষ হকী দলৰ উপ-অধিনায়ক হার্ডিক সিঙক চলিত বৰ্ষৰ সন্মানীয় মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে প্ৰতি বছৰে ক্ৰীড়া ক্ষেত্ৰত দেশৰ এই সৰ্বোচ্চ সন্মানটো প্ৰদান কৰি আহিছে। ভাৰতীয় অলিম্পিক সং...

December 24, 2025 8:36 PM

views 25

মাত্র ৫৯টা বলত ১৫০ ৰাণ কৰি বিহাৰৰ অপেনাৰ বৈভৱ সূর্যবংশীৰ অভিলেখ

বিহাৰৰ অপেনাৰ বৈভৱ সূর্যবংশীয়ে মাত্র ৫৯টা বলত ১৫০ ৰাণ কৰি পুৰুষ ক্ৰিকেটৰ এ তালিকাত দ্রুত ৰাণ কৰা খেলুবৈ হিচাপে অভিলেখ গঢ়িছে। বৈভৱে দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছৰ অভিলেখ ভংগ কৰে। এ বি ডি ভিলিয়াছে ২০১৫ চনত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৬৪টা বলত ১৫০ ৰাণ কৰিছিল। বিজয় হাজাৰে টুফী প্রতিযোগিতাত আজি অৰুণাচল প্...

December 23, 2025 11:38 AM

views 27

বিশাখাপট্টনমত আজি ভাৰত-শ্ৰীলংকাৰ মহিলাৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল

মহিলা ক্রিকেটত ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমৰ ডাঃ ৱাই এছ ৰাজশেখৰ ৰেড্ডী এচিএ-ভিডিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। শৃংখলাত আয়োজক ভাৰতীয় দলে ১-০ ব্যৱধানত আগবাঢ়ি আছে। কেপ্টেইন হৰমনপ্রীত কৌৰৰ ...

December 23, 2025 11:36 AM

views 24

ৰাজ্যজুৰি আয়োজন কৰা ‘গাৰ্লছ ফৰ গ’ল্‌ছ’ আদিবাসী মহিলা ফুটবল চেম্পিয়নশ্বিপত ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচা মহিলা ফুটবল ক্লাব চেম্পিয়ন

ৰাজ্যজুৰি আয়োজন কৰা গাৰ্লছ ফৰ গ’ল্‌ছ শীৰ্ষক আদিবাসী মহিলা ফুটবল চেম্পিয়নশ্বিপত ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচা মহিলা ফুটবল ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। কালি কঠালগুৰি চাহ বাগিচাত অনুষ্ঠিত চূড়ান্ত খেলত দলটোৱে যোৰহাটৰ খৰিকটীয়া য়ুথ ক্লাবক ২-১ গ’লত পৰাস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ১৬ খন জিলাৰ ...

December 22, 2025 7:44 PM

views 37

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০ খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব। দেশ দুখনৰ মাজৰ পাচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰি শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰি আছে। হৰমন প্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা নিশা বিশাখ...

December 22, 2025 12:08 PM

views 37

মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত ভাৰতৰ

বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৪টা বলতে দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ জেমিমা ৰ'ড্রিক্সে সৰ্বাধিক ৬৯ আৰু স্মৃতি মান্ধানাই ২৫ ৰান ক...

December 21, 2025 11:47 AM

views 36

বিশ্ব বেডমিণ্টন ট্যুৰ ফাইনেল ২০২৫ত ভাৰতৰ সাত্বিকছাইৰাজ ৰেনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটোৱে ব্ৰঞ্জৰ পদক লাভ

চীনৰ হাংজোত অনুষ্ঠিত বিশ্ব বেডমিণ্টন ট্যুৰ ফাইনেল ২০২৫ত ভাৰতৰ সাত্বিকছাইৰাজ ৰেনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁলোকে চীনা যুটী লিয়ান উই কেং আৰু ৱাং চাঙক চেমিফাইনেলত ১০-২১, ২১-১৭, ২১-১৩ গেমত পৰাজিত কৰে। এই প্ৰতিযোগিতাত ভাৰতীয় শ্বাটলাৰে দ্বিতীয়বাৰৰ বাবে পদক লাভ কৰিছে। ...

December 20, 2025 7:04 PM

views 137

আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। সূর্য কুমাৰ যাদৱক দলটোৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। শাৰিৰীক অসুস্থতা আৰু ফর্ম নথকাৰ বাবে শুভমন গীলক উপ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে আৰু দলৰ পৰাও বাদ দিয়া হৈছে। অক্ষৰ ...

December 20, 2025 12:23 PM

views 43

বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেলছত স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টিৰ ছেমি ফাইনেলত প্ৰবেশ

চীনৰ হাংঝৌত অনুষ্ঠিত বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেলছৰ ছেমি ফাইনেলৰ পুৰুষৰ ডাবলছত আজি ভাৰতৰ স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টিৰ যুটীয়ে চীনৰ লিয়াং ৱেই কেং আৰু বেং চাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্রুপ-বিৰ শীৰ্ষস্থানত থকা স্বাত্বিক আৰু চিৰাগ হৈছে এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভা...

December 20, 2025 12:18 PM

views 34

টি-২০ ক্রিকেটত দক্ষিণ আফ্ৰিকাক ৩০ ৰানত পৰাস্ত কৰি ভাৰতৰ শৃংখলা দখল

আহমেদাবাদত অনুষ্ঠিত টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ৩০ ৰানত পৰাস্ত কৰি শৃংখলা দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২৩১ ৰান সংগ্ৰহ কৰে। তিলক বার্মাই সৰ্বাধিক ৭৩ আৰু হার্ডিক পাণ্ডিয়াই ৬৩ ৰান কৰে। হাৰ্ডিকে মা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।