খেল

April 3, 2025 8:34 PM

views 33

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈৰ ১৫টা পদক লাভ

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাসমূহ কালিৰেপৰা অনুষ্ঠিত হৈছে। কালি খেলৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈয়ে ১৫টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ৮টা শাখাৰ ভিতৰত ৫টাতে যোৰহাটৰ খেলুৱৈয়ে স্বর্ণ পদক জয় কৰাৰ লগতে ৮টা ৰূপ আৰু এটা ...

April 3, 2025 8:28 PM

views 28

১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A তৃতীয়খন খেলত মৰিগাঁও জিলা ক্রীড়া সন্থাই তিতাবৰ জিলা ক্রীড়া সন্থাক ৪৯ ৰাণত পৰাস্ত

  অসম ক্রিকেট সন্থাৰ উদ্যোগত আয়োজিত ১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A আজি তৃতীয়খন খেল মৰিগাঁও জিলা ক্রীড়া সন্থাৰ আতিথ্যত আৰু ক্ৰিকেট উপ-সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হৈছে। আজিৰ খেলত মৰিগাঁও জিলা ক্রীড়া সন্থাই তিতাবৰ জিলা ক্রীড়া সন্থাক ৪৯ ৰাণত পৰাস্...

April 3, 2025 12:52 PM

views 22

আই পি এলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

গুজৰাট টাইটানছে যোৱানিশা বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৮ উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত দুটা উইকেট হেৰুৱাই নির্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে ৰয়েল ছেল...

April 2, 2025 7:36 PM

views 30

আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব

আৰ্জেণ্টিনাৰ ব্যুনছ আয়াৰত কাইলৈ হ'বলগীয়া আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ বাবে ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব। প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত খেলুৱৈসকলে ৰাইফল, পিষ্টল আৰু শটগান শাখাত প্রতিদ্বন্দিতা আগবঢ়াব। এইবছৰৰ আই এছ এছ এফ ব...

April 2, 2025 1:35 PM

views 31

আই পি এল টি-২০ ত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ মুখামুখি

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক পঞ্জাৱ কিংছে ৮ উইকেটত পৰাস্ত কৰে । খেলখনত স্কিপাৰ শ্ৰেয়াৰ্চ আয়াৰে ৫২ৰাণৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌ ছুপাৰ জায়েন্টচৰ হৈ দিগভেজ সিং ৰাথীয়ে দুয়োটা উইকেট দখল কৰে। টচত জিকি খেলখনত পঞ্জাৱ ক...

April 1, 2025 12:32 PM

views 28

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ ৮ উইকেটত পৰাস্ত

● আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগীতাৰ এখন খেলত কালি নিশা মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে মাত্র দুটা উইকেট হেৰুৱাই ১২ অভাৰ আৰু ৫ টা বলত ১১৭ ৰানৰ লক্ষ্য ভেদ কৰে। দলটোৰ হৈ অ 'পেনাৰ ৰায়ন ৰিকেলটনে ৪১টা বলত আউট ন...

March 31, 2025 9:21 PM

views 22

বিহাৰত চলিত বৰ্ষৰ পুৰুষৰ হকী হিৰ’ এছিয়া কাপ প্রতিযোগিতা

বিহাৰত চলিত বৰ্ষৰ পুৰুষৰ হকী হিৰ' এছিয়া কাপ প্রতিযোগিতা অনুষ্ঠিত হ'ব। হকী ইণ্ডিয়াৰ সহযোগত অহা ২৯ আগষ্টৰ পৰা ৭ ছেপ্তেম্বৰলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এয়া হৈছে এছিয়া কাপৰ দ্বাদশ সংস্কৰণ। এই সন্দৰ্ভত আজি পাটনাত হকী ইণ্ডিয়া আৰু বিহাৰ ৰাজ্যিক ক্ৰীড়া প্ৰাধিকৰণৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। এ...

March 31, 2025 9:20 PM

views 12

টেনিছ তাৰকা ইউকি ভাম্ব্ৰি এ টি পি ডাবল্‌ছৰ শীৰ্ষ ৩০টা স্থানত প্ৰৱেশ

টেনিছ তাৰকা ইউকি ভাম্ব্ৰি এ টি পি ডাবল্‌ছৰ শীৰ্ষ ৩০টা স্থানত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকী নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ২৬ সংখ্যক স্থানত প্ৰৱেশ কৰিছে। ভাম্ব্ৰিয়ে কৰি ভাৰতৰ ডাবল্‌ছ টেনিছ খেলুৱৈৰ শীৰ্ষ স্থান দখল কৰিছে। একেৰাহে চাৰে ৫ বছৰ শীর্ষস্থান দখল কৰি থকা ৰোহন বোপন্না ৪৪ সংখ্যক স্থানলৈ অৱনমিত হৈছে। ...

March 31, 2025 11:42 AM

views 37

আই পি এলত চেন্নাই চুপাৰ কিংছ, ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি নিশা গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে চেন্নাই চুপাৰ কিংছক ৬ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত চেন্নাই চুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৬ ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে সৰ্বাধিক ৬৩ ৰাণ কৰে। ...

March 30, 2025 3:40 PM

views 46

চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেটত আই আই টি গুৱাহাটীৰ বিজয়ৰ খিতাপ

■ ডিব্ৰুগড় বিশ্ববিদ্যালয় খেলপথাৰত কালি অনুষ্ঠিত চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেট প্রতিযোগিতাত আই আই টি গুৱাহাটীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত চূড়ান্ত খেলত আই আই টি গুৱাহাটীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।