November 17, 2025 1:20 PM November 17, 2025 1:20 PM
11
টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাত উত্তৰ-পূব সীমান্ত ৰে’লৱে দলৰ খিতাপ অৰ্জন
নাহৰকটীয়া ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাৰ কালি নিশা অনুষ্ঠিত চূড়ান্ত খেলত উত্তৰ-পূব সীমান্ত ৰে'লৱে ফুটবল দলে খিতাপ অর্জন কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱে ফুটবল দলে ইউনাইটেড চিৰাংদুৱাৰ ফুটবল দলক ৩-০ গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত চূড়ান্ত খেলত ক্রীড়া মন্ত...