খেল

April 23, 2025 12:53 PM

views 16

আই পি এলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৮ উইকেটত পৰাস্ত কৰে। লেহি কেপিটেলছে ১৩টা বল বাকী থকা অৱস্থাত দুটা উইকেট হেৰুৱাই ১৬১ ৰাণ কৰে। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৯ ৰাণ স...

April 23, 2025 12:31 PM

views 16

আজিৰে পৰা দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী 7S চেম্পিয়নশ্বিপ

ৰাগবী ইণ্ডিয়া আৰু অসম ৰাগবী এছ'চিয়েচনৰ উদ্যোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত আজিৰে পৰা দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী 7S চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে৷ এই প্ৰতিযোগিতাত ২৬ খন ৰাজ্যৰ ৫২টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতা এশগৰাকী দলীয়া বিষয়া আৰু ৩০ গৰাকী ৰাষ্ট্ৰীয় কাৰিকৰী বিষয়াইও ভাগ ল'...

April 22, 2025 3:26 PM

views 15

ইণ্টাৰনেচনেল শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানত ভাৰতৰ সীমৰণ প্ৰীত কৌৰ ব্ৰাৰৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ সীমৰণ প্ৰীত কৌৰ ব্ৰাৰে পেৰুৰ লীমাত চলি থকা ইণ্টাৰনেচনেল শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। এয়া হ'ল খেলুৱৈগৰাকীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক। ভাৰতীয় খেলুৱৈগৰাকীৰ প্রতিযোগিতাত মুঠ ৩৩ পইণ্ট অৰ্জন কৰি এই পদক লাভ কৰে। একেটা শিতানত চীনৰ ছুন ইউজিয়...

April 22, 2025 12:33 PM

views 45

IPL : সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ VS ডেলহী কেপিটেলছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে কলকাতা নাইট ৰাইডাৰ্ছক ৩৯ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ চলিত সংস্কৰণত নিজৰ ষষ্ঠ বিজয় সাব্যস্ত কৰে। ১৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি কলকাতা দলটোৱে নিৰ্ধাৰিত ২০ অভাৰ অজিংক্য ৰাহানেৰ অৰ্ধশতক সত্বেও ৫ট...

April 21, 2025 8:22 PM

views 36

বিচিচিআইৰ ২০২৪-২৫ ক্রিকেট বৰ্ষৰ ভাৰতীয় ক্রিকেট দলৰ কেন্দ্রীয় কনটেক্ট তালিকা প্রকাশ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বিচিচিআইয়ে ২০২৪-২৫ ক্রিকেট বৰ্ষৰ বাবে ভাৰতীয় ক্রিকেট দলৰ কেন্দ্রীয় কনটেক্ট তালিকা প্রকাশ কৰিছে। বিচিচিআইয়ে আজি মুম্বাইত প্ৰকাশ কৰা তালিকা অনুসৰি যোৱা বছৰৰ এক অক্টোবৰৰ পৰা এই বছৰৰ ৩০ চেপ্তেম্বৰলৈ ক্ৰিকেটাৰসকলৰ এই নিৰিখ কাৰ্যকৰী হৈছে। টি টুৱেন্টি ক্ৰিকেটৰ পৰা...

April 21, 2025 11:21 AM

views 32

আই পি এলঃ দেওবাৰে চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ

● মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কালি অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময় ১৭৬ ৰান কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে এটা উইকেট হেৰুৱাই ১৫ অভাৰ আৰু ৪টা ব...

April 20, 2025 11:05 AM

views 19

আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধ ৰাজস্থান ৰয়েলছ দুই ৰানত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে – ৰাজস্থান ৰয়েলছক দুই ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮১ ৰাণৰ লক্ষ্যৰে খেলি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৭৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে সৰ্বাধিক ৭৪ ৰান কৰে। লক্ষ্ণৌ চুপাৰ...

April 19, 2025 9:27 PM

views 17

আই পি এল ক্রিকেট প্রতিযোগিতাত দেলহি কেপিটেলছক ৭ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছে আজি দেলহি কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে ২০৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুজৰাটৰ হৈ যোশ বাটলাৰে ৫৪ টা বলত ৯৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দেল...

April 19, 2025 9:03 PM

views 16

মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিং

ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিঙে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্ৰাপ্ত চোটৰাণীয়ে আজি ছেমিফাইনেলত হংকঙৰ অষ্টম বাছনিপ্ৰাপ্ত চি হিমৱঙক ৩-১ ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত পাকিস্ত...

April 18, 2025 10:42 AM

views 13

আই পি এলত ছান ৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হোৱা এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছান ৰাইজাৰ্ছ হায়দাবাদক ৪ উইকেটত পৰাস্ত কৰে। ১৬৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা মুম্বাইৰ দলটোৱে ১৮ অভাৰ আৰু এটা বলতেই ৬টা উইকেট হেৰুৱাই ১৬৬ ৰান কৰি বিজয় সাব্যস্ত কৰে। বলৰ হৈ উইল জেকে ২৬টা বলত ৩...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।