খেল

August 7, 2025 8:28 PM

views 33

নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুল

গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুলে ১৭ বছৰ অনুৰ্ধ নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে। আজি বিয়লি অনুষ্ঠিত প্রতিযোগিতাৰ ছেমি ফাইনেলত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰা বেতকুছি হাইস্কুলে শিৱসাগৰক ১-০ গলত পৰাস...

August 7, 2025 12:25 PM

views 30

বিশ্ব গেমছ ২০২৫ ত অংশগ্ৰহণ কৰিবলৈ সাজু ভাৰতৰ ১৮ জনীয়া দলটো

চীনৰ চেংডুত আজিৰে পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্ব গেমছ ২০২৫ত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১৮ জনীয়া দলটো সাজু হৈছে। ১৯৮১ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বিশ্ব গেমছত অলিম্পিকত অন্তৰ্ভূক্ত নোহোৱা ক্ৰীড়াসমূহ অন্তৰ্ভুক্ত কৰা হয়। এইবাৰৰ সংস্কৰণত ৩৪ বিধ খেলৰ ৬০টা ইভেণ্টত ২৫৩টা পদকৰ বাবে প্...

August 7, 2025 12:12 PM

views 18

আন্তঃৰাষ্ট্ৰীয় উইছল’ মেনিয়াক মেম’ৰিয়েলত মহিলাৰ জেভলিন থ্ৰ’ত ভাৰতৰ অন্নু ৰাণীৰ স্বৰ্ণ পদক লাভ

পোলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় উইছল’ মেনিয়াক মেম’ৰিয়েলত মহিলাৰ জেভলিন থ্ৰ’ত ভাৰতৰ অন্নু ৰাণীয়ে ৬২ দশমিক ৫-৯ মিটাৰেৰে ছিজনৰ সৰ্বোত্তম প্ৰচেষ্টাৰে স্বৰ্ণ পদক লাভ কৰিছে।  এছিয়ান গেমছৰ ৩২ বছৰীয়া চেম্পিয়নগৰাকীয়ে শক্তিশালী আৰম্ভণি কৰি প্ৰথম প্ৰচেষ্টাত ৬০ দশমিক ৯-৬ মিটাৰ নিক্ষেপেৰে ইতিমধ্যেই জয় নিশ্চিত কৰে। দ্বিত...

August 4, 2025 8:44 PM

views 31

ভাৰতীয় আৰ্ছাৰী সন্থাই নতুন দিল্লীৰ যমুনা স্পোর্টছ কমপ্লেক্সত অহা অক্টোবৰ মাহত আৰ্ছাৰী লীগ প্রতিযোগিতা মুকলি কৰিব

ভাৰতীয় আৰ্ছাৰী সন্থাই নতুন দিল্লীৰ যমুনা স্পোর্টছ কমপ্লেক্সত অহা অক্টোবৰ মাহত আৰ্ছাৰী লীগ প্রতিযোগিতা মুকলি কৰিব। ১১ দিনৰ বাবে হ'বলগীয়া এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাত দেশৰ লগতে বিশ্বৰ শীৰ্ষস্থানীয় আৰ্ছাৰসকলে অংশ ল'ব। এই প্ৰতিযোগিতা বিশ্ব আৰ্ছাৰী, এছিয়াৰ বিশ্ব আৰ্ছাৰ...

August 4, 2025 8:11 PM

views 28

এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতৰ ২-২ৰ সমতা স্থাপন

এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতে ২-২ৰ সমতা স্থাপন কৰিছে। অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিম টেষ্টৰ আজি পঞ্চম দিনা কেৱল ৫৭ মিনিটতে ভাৰতীয় বলাৰ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা ৪ টা উইকেট অধিকাৰ কৰি দলক অবিশ্বাস্য বিজয়ৰ সোৱাদ দিয়ায়। ইংলেণ্ড ৬ ৰাণত পৰাজিত হয়। মহম্মদ...

August 4, 2025 12:26 PM

views 22

২২ বছৰ অনুর্ধ বক্সিং প্রতিযোগিতাত ভাৱনা শৰ্মা আৰু য়াত্ৰী পেটেল ছেমি ফাইনেললৈ অগ্ৰসৰ

থাইলেণ্ডৰ ৰাজধানী বেংককত কালি অনুষ্ঠিত ২২ বছৰ অনুর্ধ বক্সিং প্রতিযোগিতা ২০২৫ ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দীক যোগ্য প্ৰভুত্ত্যৰ প্ৰদৰ্শনেৰে ভাৱনা শৰ্মা আৰু য়াত্ৰী পেটেলে ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছে। মহিলাৰ ৪৮ কিল'গ্রাম শাখাত ভাৱনা শৰ্মাই ভিয়েটনামৰ প্ৰতিদ্বন্দী নাগ'ক লিন চি নাগ'ক পৰাস্ত কৰে। একেদৰে ...

August 2, 2025 1:01 PM

views 16

এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতৰ ২ উইকেটত ৭৫ ৰাণ সংগ্ৰহ

লণ্ডনৰ অ’ভেলত অনুষ্ঠিত এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে কালি দুটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৭৫ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। যশস্বী জয়ছোৱালে ৫১ আৰু আকাশ দীপে ৪ ৰান কৰি খেলি আছিল। ...

August 1, 2025 8:29 PM

views 30

মাকাও অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন ছেমি ফাইনেলত প্ৰবেশ

মাকাও অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত দ্বিতীয় বাছনিৰ ভাৰতৰ লক্ষ্য সেনে চীনৰ ঝু জুৱান চেনক ২১-১৪, ১৮-২১ আৰু ২১-১৪ গেমত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকী পঞ্চম বাছনিৰ ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ মুখামুখি হ'ব। আনগৰাকী ভাৰতীয় শ্বাটলাৰ তৰুণ মান্নেপাল্লি চ...

August 1, 2025 8:26 PM

views 18

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে। খেলখনৰ আজি দ্বিতীয় দিনা ভাৰতে কালি ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২০৪ ৰানৰ পৰা খেলিবলৈ লৈ কেৱল ২০ ৰান যোগ কৰা অৱস্থাতে ভাৰতৰ আটাইকেইটা উইকেটৰ পতন ঘটে। ভাৰতৰ অন্তিম ৩গৰাকী বেটছমেন শূন্য ৰানত আউট হয়...

August 1, 2025 11:20 AM

views 26

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলৰ পাঁচটা পদক লাভ

এথেনচত কালি অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলে দুটা সোণ, দুটা ৰূপ, আৰু এটা ব্ৰঞ্জসহ মুঠ পাঁচটা পদক লাভ কৰে । ভাৰতৰ হৈ ৰাচানাই চীনৰ ছিন হুয়াঙৰ বিৰুদ্ধে মহিলাৰ ৪৩ কেজি ফ্ৰীষ্টাইল শাখাত ৩- ০ফলাফলেৰে প্ৰথমটো সোণৰ পদক লাভ কৰে। অশ্বিনি বিষ্ণোইয়ে ৬৫ ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।