খেল

September 5, 2025 11:44 AM

views 29

লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপছত জয়েৰে অভিযান আৰম্ভ পৱন বৰতৱাল, সাক্ষী আৰু সনামাচা চানুৰ

ভাৰতৰ পৱন বৰতৱাল, সাক্ষী আৰু থকচোম সনামাচা চানুৱে লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপছত জয়লাভ কৰি অভিযান আৰম্ভ কৰে। পুৰুষৰ ৫৫ কিলোগ্রাম ওজন শাখাত বতৱালে পেৰিছ অলিম্পিকত ভাগ লোৱা ব্ৰাজিলৰ মাইকেল ডগলাছ ট্ৰিণ্ডেডক ৩-২ ফলাফলত পৰাস্ত কৰে ৷ মহিলাৰ ৫৪ কিলোগ্রাম ওজন শাখাত সাক্ষীয়ে ইউক্রেইনৰ ভিক...

September 5, 2025 11:41 AM

views 21

এছিয়া কাপ হকী প্রতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত ভাৰতৰ হাতত মালয়েছিয়া ৪-১ গলত পৰাস্ত

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে কালি মালয়েছিয়াক ৪-১ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ মনপ্রীত সিং, সুখজিৎ সিং, ছিলানন্দ লাকৰা আৰু বিবেক সাগৰ প্ৰসাদে এটাকৈ গল দিয়ে। এই জয়ৰ সুবাদত ভাৰতে ৪ পইণ্টৰে ছুপাৰ ফ'ৰ গ্ৰুপত শীৰ্ষ স্থান লাভ কৰিছে। ভাৰত ছুপাৰ ফ'ৰ পৰ...

September 4, 2025 8:49 PM

views 17

কাইলৈৰ পৰা ইংলেণ্ডৰ ৰিভাৰপুলত ২০২৫ বৰ্ষৰ বিশ্ব বক্সিং প্ৰতিযোগিতা আৰম্ভ

২০২৫ বৰ্ষৰ বিশ্ব বক্সিং প্ৰতিযোগিতা কাইলৈৰ পৰা ইংলেণ্ডৰ ৰিভাৰপুলত আৰম্ভ হ'ব। এই বক্সিং প্রতিযোগিতাৰ বাবে ঘোষণা হোৱা ২০জনীয়া দলটোত দুবাৰৰ বিশ্ব চেম্পিয়ন নিখট জৰিন আৰু টকিঅ অলিম্পিক প্রতিযোগিতাত ব্ৰঞ্জৰ পদকপ্রাপ্ত লাভলীনা বৰগোঁহাইৰ লগতে দুবাৰৰ এছিয়ান চেম্পিয়ন পূজা ৰাণীৰ দৰে তাৰকা খেলুৱৈক অন্তৰ্ভুক...

September 4, 2025 3:29 PM

views 27

ইউ এছ অ’পেন টেনিছত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেল ভাৰতৰ যুকি ভান্ত্ৰী

■ ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ যুকি ভান্ত্ৰী আৰু তেওঁৰ নিউজিলেণ্ডৰ সহযোগী মাইকেল ভেনাছ, ব্ৰিটিছ যুটী নীল স্কুপস্কি আৰু জ' ছেলিজবেৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, পুৰুষৰ ছিংগলছত যোৱা মঙলবাৰে ন'ভাক জকভিছে টাইলৰ ফ্রিট্জক কোৱাৰ্টাৰ ফাইনেলত ৬-৩, ৭-৫, ৩-৬, ৬...

September 4, 2025 11:26 AM

views 24

ইংলেণ্ডৰ লিভাৰ পুলত আজি চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ’ব

● ইংলেণ্ডৰ লিভাৰ পুলত আজি চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। এই প্রতিযোগিতাত ২০ জনীয়া ভাৰতীয় দলে অংশগ্রহণ কৰিব। এই চেম্পিয়নশ্বিপত অংশগ্ৰহণেৰে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা অসমৰ লাভলীনা বৰগোহাঁইয়ে এবছৰৰ বিৰতিৰ পিছত পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ঘূৰি আহিব। দুবাৰকৈ বিশ্ব চে...

September 3, 2025 8:28 PM

views 22

ৰাজগীৰত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হৈছে। ভাৰত আজি ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে আজি বিয়লি অনুষ্ঠিত এখন খেলত জাপানে চাইনিছ টাইপেইক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। জ...

September 3, 2025 1:07 PM

views 10

উজবেকিস্তানত আজিৰে পৰা এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা

উজবেকিস্তানৰ সমৰখণ্ডত আজিৰে পৰা চলিত বৰ্ষৰ এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা আৰম্ভ হ'ব। ছিল্ক ৰোড প্ৰদৰ্শনী কেন্দ্ৰত আয়োজিত এই প্রতিযোগিতাখনত বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ ভাৰতীয় খেলুৱৈ আৰ প্রজ্ঞানানন্দক মুকলি শিতানত প্ৰথম বাছনিত স্থান দিয়া হৈছে। একে শিতানত ভাৰতৰ বিশ্ব ছেম্পিয়ন ডি . গুকেশ, অৰ্জ...

September 2, 2025 1:52 PM

views 2

ইউ এছ অপেন টেনিছৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কাইলৈ টেইলৰ ফ্ৰীটজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ন’ভাক জ’ক’ভিছ

ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্থাৰ এছ ষ্টেডিয়ামত কাইলৈ ন’ভাক জ’ক’ভিছ টেইলৰ ফ্ৰীটজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২৪ বাৰকৈ গ্ৰেণ্ড শ্লাম পৰ্যায়ৰ প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰা জ’ক’ভিছে প্রি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ জন লেনার্ড ষ্টাফক ৬-৩, ৬-৩, ৬-২ ফলাফলত পৰাস্ত ক...

September 2, 2025 1:35 PM

views 13

নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ

নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ অনুষ্ঠিত হ'ব। পেৰিছত অনুষ্ঠিত চলিত বৰ্ষৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছৰ সামৰণী অনুষ্ঠানত কালি বেডমিণ্টন ৱর্ল্ড ফেডাৰেচন, বি ডব্লিউ এফে এই সিদ্ধান্ত সদৰি কৰে। ২০০৯ চনত হায়দাবাদত ভাৰতে অন্তিমবাৰৰ বাবে এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছ...

September 2, 2025 1:33 PM

views 30

গুৱাহাটীত কাইলৈ কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন

অর্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে কাইলৈ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। এই দিৱসৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি কালি ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত এখন সংবাদমেলত আয়োজক সংস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।