খেল

September 1, 2025 11:39 AM

views 26

এছিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে ছুপাৰ – ফ’ৰ পৰ্যায়ত প্ৰৱেশ

■ বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাত জাপানক ৩-২ গলত পৰাস্ত কৰি ভাৰতে ছুপাৰ - ফ'ৰ পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ হৈ মনদীপ সিঙে খেলখনৰ ৩ মিনিটতে প্ৰথমটো গ’ল দিয়ে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্রীত সিঙে অনবদ্য প্রদর্শন অব্যাহত ৰাখি দুটাকৈ গ'ল দিয়ে। ভাৰতীয় দলৰ গল ৰক্ষক কৃষ্ণা বাহাদুৰ পাঠক...

August 31, 2025 9:58 PM

views 35

অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰংপুৰ জিলা ক্রীড়া সন্থাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

উত্তৰ-পূবৰ প্ৰথমগৰাকী অর্জুন বঁটা বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩ ছেপ্তেম্বৰত উদযাপন কৰিবলগীয়া অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰংপুৰ জিলা ক্রীড়া সন্থাই শিৱসাগৰৰ জয়সাগৰত দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২০০৪ চনৰ এথেন্স অলিম্পিকত দেশক প্রতিনিধি...

August 31, 2025 9:53 PM

views 22

পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ জাপানক ৩-২ গ’লত পৰাস্ত

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে আজি জাপানক ৩-২ গ'লত পৰাস্ত কৰে। হৰমনপ্রীত সিঙে দুটা গ'ল কৰাৰ বিপৰীতে মনদীপ সিঙে এটা গ'ল দিয়ে। জাপানৰ হৈ কোচেই কাৱাবে দুটা গ'ল কৰে । ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত চীনে কাজাখাস্তানক ১৩–১ গ'লত পৰাস্ত কৰে। এই প্ৰতিযোগিতাত বিজয়ী দলটোৱ...

August 31, 2025 10:56 AM

views 12

ভাৰতৰ ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ৫০ টা সোণৰ পদক দখলেৰে ঐতিহাসিক সাফল্য অর্জন

কাজাখস্তানৰ ছিমকণ্ডত অনুষ্ঠিত ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতে ৫০ টা সোণৰ পদকেৰে প্রতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শীর্ষ স্থান দখল কৰি ঐতিহাসিক সাফল্য অর্জন কৰিছে। ভাৰতে প্ৰতিযোগিতাত ২৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জসহ মুঠ ৯৯ টা পদক লাভ কৰিছে। কাজাখস্তান পদক তালিকাৰ দ্বিতীয় আৰু চীন তৃতীয় স্থান...

August 30, 2025 11:10 AM

views 30

চীনৰ চিনজিয়াঙত অনুষ্ঠিত তৃতীয় বেল্ট এণ্ড ৰোড আন্তঃৰাষ্ট্ৰীয় যুৱ বক্সিং গালাত ভাৰতৰ জুনিয়ৰ বক্সাৰৰ সফলতা

চীনৰ চিনজিয়াঙত অনুষ্ঠিত ১৭, ১৯ আৰু ২৩ বছৰ অনুর্ধ তৃতীয় বেল্ট এণ্ড ৰোড আন্তঃৰাষ্ট্ৰীয় যুৱ বক্সিং গালাত ভাৰতৰ জুনিয়ৰ বক্সাৰসকলে ৭টা সোণ, ৭টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৬টা পদক লাভ কৰিছে। ছোৱালীৰ দলে ফাইনেলত ৫টা সোণ, ৫টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। একেদৰে ল'ৰাৰ দলে দুটা সোণ, দুটা ৰূপ আৰ...

August 29, 2025 8:08 PM

views 26

এচিয়া কাপ হকী প্রতিযোগিতাত চীনৰ বিৰুদ্ধে ভাৰতৰ ৪-৩ গ’লত জয়লাভ

এচিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে আজি নিজৰ প্ৰথমখন খেলত চীনক ৪-৩ গ'লত পৰাস্ত কৰে। ভাৰতীয় দলৰ অধিনায়ক হৰমন প্রীত সিঙৰ হেট্ৰিক গ'ল আৰু যুগৰাজ সিঙৰ এটা গ'লেৰে খেলখনত ভাৰতে আধিপত্য বিস্তাৰ কৰে। চীনৰ হৈ দ্যু চিহাওৱে একমাত্ৰ গ'লটো কৰে। উল্লেখযোগ্য যে অহা বছৰ বেলজিয়ামত হবলগীয়া হকী বিশ্বকাপলৈ যোগ্যতা অৰ...

August 29, 2025 1:52 PM

views 36

কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত

■ আহমেদাবাদৰ বীৰ ছাভাৰকাৰ ক্ৰীড়া প্ৰকল্পত চলি থকা কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত আছে। অসমৰ হৈ কালি বেদৱত ভঁৰালীয়ে প্ৰতিযোগিতাত তিনিটাকৈ নতুন অভিলেখ স্থাপন কৰি ল'ৰাৰ জুনিয়ৰৰ ৭৯ কিলোগ্রাম ওজন শাখাত স্বৰ্ণপদক হস্তগত কৰে। বেদব্ৰতে চে শিতানত ১৪৫ কিলোগ্ৰাম আৰু ক...

August 29, 2025 1:47 PM

views 37

গুৱাহাটীৰ বেতকুছি হাইস্কুলে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধ সুব্রত কাপ ফুটবল প্রতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন

■ গুৱাহাটীৰ বেতকুছি হাইস্কুলে ৰাজ্যৰ প্ৰথমটো দল হিচাপে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধ সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। বেতকুছি হাইস্কুলে কালি নতুন দিল্লীৰ ড° আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ নন্দঝাৰ আদিবাসী তপশিলি হাইস্কুলক ৩-১ গ’লত ...

August 29, 2025 1:36 PM

views 43

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস

● আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্রীড়া দিৱস আয়োজন কৰা হৈছে। কামৰূপ জিলাত আজিৰ পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদযাপন কৰা হ'ব। আজি পুৱা শুৱ...

August 28, 2025 9:20 PM

views 27

বিশ্ব পেৰা এথলেটিকছৰ ভাৰতীয় দল ঘোষণা

বিশ্ব পেৰা এথলেটিকছ প্রতিযোগিতাৰ বাবে ভাৰতীয় দলটো কালি ঘোষণা কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা ২৭ ছেপ্তেম্বৰৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ১৯ গৰাকী মহিলা খেলুৱৈ থকা ৭৩ জনীয়া ভাৰতীয় দলটোক জেভলিন তাৰকা খেলুৱৈ সুমিত অন্তিলে নেতৃত্ব দিব। দেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।