খেল

September 9, 2025 3:10 PM

views 31

হংকং অ’পেন বেডমিণ্টন প্রতিযোগিতা ২০২৫ আজি আৰম্ভ হ’ব

● হংকং অ'পেন বেডমিণ্টন প্রতিযোগিতা ২০২৫ আজি আৰম্ভ হ'ব। দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ দলটোক নেতৃত্ব দিব। প্ৰথমখন মেচত সিন্ধু ইউৰোপীয় চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী ডেনমাৰ্কৰ লাইন ক্রিষ্টোফাৰচেনৰ মুখামুখি হ'ব৷ পুৰুষৰ একক শাখাত লক্ষ্য সেনে শ্রেষ্ঠত্বপ্ৰ দৰ্শন ক...

September 8, 2025 10:56 PM

views 26

মহিলাৰ এছিয়া কাপ ২০২৫ প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়লৈ ভাৰতীয় হকী দলৰ যোগ্যতা অৰ্জন

ভাৰতীয় হকী দলে মহিলাৰ এছিয়া কাপ ২০২৫ প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। আজি ছিংগাপুৰত ১২.০ গলৰ বাৱধানত পৰাস্ত কৰাৰ পাছতে ভাৰত ছুপাৰ ফ'ৰলৈ আগবাঢ়ে। ভাৰতৰ হৈ নৱনীত আৰু মুমতাজে হেট্ৰিক গল কৰে। অহা ১০ ছেপ্তেম্বৰত ভাৰতে পুল-এৰ দ্বিতীয় স্থানত থকা দলটোৰ বিৰুদ্ধে ছুপাৰ ফ'ৰ পৰ্যায়ত অৱত...

September 8, 2025 10:59 PM

views 32

পুৰুষৰ এছিয়া কাপ ২০২৫ৰ ক্রিকেট প্রতিযোগিতা কাইলৈ আৰম্ভ

পুৰুষৰ এছিয়া কাপ ২০২৫ ক্রিকেট প্রতিযোগিতা কাইলৈ আৰম্ভ হ'ব। ডুবাই আৰু আবু ধাবিত হ’বলগীয়া এইবাৰৰ প্ৰতিযোগিতাত ৮ খন দেশে অংশগ্ৰহণ কৰিছে। টি-২০ ফৰমেটত হ'বলগীয়া এই প্রতিযোগিতাত ভাৰতে পাকিস্তান, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ আৰু ওমানৰ লগত গ্রুপ-এত স্থান লাভ কৰিছে। গ্রুপ-বিত আছে শ্রীলংকা, বাংলাদেশ, আফগানিস্...

September 8, 2025 11:47 AM

views 23

পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপত ভাৰতৰ চতুৰ্থবাৰৰ বাবে খিতাপ জয়

বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে কালি দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জয় কৰে। এই জয়ৰ সুবাদত ভাৰতে নেডাৰলেণ্ডছ আৰু বেলজিয়ামত অহা বছৰ হ'বলগীয়া এফ আই এইচ হকী বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰে। ভাৰতে খেলখনৰ আ...

September 7, 2025 8:34 PM

views 13

য়নেক্স উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মুঠ ১১টা সোণৰ পদক জয়

আগৰতলাত অনুষ্ঠিত য়নেক্স উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমে মুঠ ১১টা সোণৰ পদক জয়েৰে সফলতাৰে অভিযান সামৰিছে। ডাবল্‌ছত তিনিটা সোণ লাভ কৰা অসমে প্রতিযোগিতাৰ মুকলি শাখাত মুঠ ৮টা সোণ অৰ্জন কৰে। উল্লেখযোগ্য যে পুৰুষ, মহিলা তথা ১৯ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ প্ৰতিযোগিতাৰ আজি অনুষ্ঠি...

September 7, 2025 11:46 AM

views 13

বেলাৰুচৰ আয়না ছাবালেংকাৰ ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অক্ষুন্ন

বিশ্বৰ ১ নম্বৰ স্থানৰ খেলুৱৈ বেলাৰুচৰ আয়না ছাবালেংকাই ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অক্ষুন্ন ৰাখিছে। যোৱাবাৰৰ চেম্পিয়ন ছাবালেংকাই যোৱানিশা ফাইনেলত অমান্দা অনিশ্বিমোভাক ৬-৩, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰি খেলুৱৈ জীৱনৰ চতুৰ্থটো গ্ৰেণ্ডশ্বেম খিতাপ হস্তগত কৰে। পুৰুষৰ ডাবলছত স্পেইনৰ...

September 7, 2025 11:39 AM

views 27

এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ভাৰতে কালি ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত চীনক ৭-০ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত ভাৰত ছুপাৰ ফ'ৰ পৰ্যায়ৰ পইণ্ট তালিকাত শী...

September 6, 2025 1:54 PM

views 27

বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ ১২ জনীয়া দলৰ অংশগ্ৰহণ

দক্ষিণ কোৰিয়াৰ গুৱাংজুত আজিৰে পৰা হ'বলগীয়া বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ এটা ১২ জনীয়া দলে অংশ ল'ব। প্ৰতিযোগিতাখনৰ বিগত সংস্কৰণত ৩টা সোণ আৰু এটা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষত থকা ভাৰতে এই সাফল্যৰ পুনৰাবৃত্তি কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। অৱশ্যে যোৱাবাৰৰ চেম্পিয়ন অ’জাছ দেওতালে আৰু অদিতী গোপীচান্দ স্বাম...

September 5, 2025 9:14 PM

views 27

ইউ এছ অ’পেন টেনিছৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি

ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি হ'ব। আমেৰিকাৰ এনিছিমোভাই প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নাওমী অছাকাক পৰাস্ত কৰে। ইফালে, প্রথমখন ছেমি ফাইলেনত বেলাৰুচৰ ছেভেলেংকাই আমেৰিকাৰ জেছিকা পেগুলাক পৰাস্ত কৰে। পুৰুষৰ এক...

September 5, 2025 8:27 PM

views 32

পুৰুষৰ এছিয়া কাপ হকীৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব

বিহাৰৰ ৰাজগীড়ত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। খেলখন ৰাজগীড় আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতে এতিয়ালৈকে এখন খেলত জয়লাভ কৰাৰ লগতে আন এখন খেলত সমতা স্থাপন কৰি ছুপাৰ ফ'ৰ পৰ্যায়ৰ পইণ্ট তালিকাৰ শ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।