October 12, 2025 9:14 PM
30
বেষ্ট ইন্ডিজৰ ভাৰতৰ বিৰুদ্ধে অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ
বেষ্ট ইন্ডিজে ভাৰতৰ বিৰুদ্ধে নতুন দিল্লীত অনুষ্ঠিত চলিত ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত আজি তৃতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ কৰে। খেল সামৰাৰ পৰত ছাই হ'পে ৬৬ আৰু জন কেম্পবেলে ৮৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বেষ্ট ইন্ডিজ ৮টা উইকেট আউট হ'বলৈ বাকী...