খেল

October 30, 2025 8:43 PM

views 33

আজাৰবাইজানত অনুষ্ঠিত আই এফ এ বিশ্ব পাঞ্জা প্রতিযোগিতাত অসমৰ কস্তুৰী শৰ্মাৰ দুটা ৰূপৰ পদক

অসমৰ কস্তুৰী শৰ্মাই আজাৰবাইজানৰ বাকুত অনুষ্ঠিত আই এফ এ বিশ্ব পাঞ্জা প্রতিযোগিতাত দুটা ৰূপৰ পদক লাভ কৰিছে। কস্তুৰী শৰ্মাই সোঁ আৰু বাঁও বাহু শিতানত এই পদক লাভ কৰে ।

October 30, 2025 12:31 PM

views 45

আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি অষ্ট্ৰেলিয়াৰ মুখামুখি

ভাৰত আজি মহিলাৰ আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাত নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পর্টছ একাডেমী খেলপথাৰত আৰম্ভ হ'ব। আকাশবাণীয়ে বিয়লি আঢ়ৈ বজাৰ পৰা হিন্দী আৰু ইংৰাজী ভাষাত খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব...

October 29, 2025 11:29 AM

views 218

গুৱাহাটীৰ বৰ্ষাপাৰাত আজি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেল খেলখনৰ বাবে দৰ্শকৰ মাজত যথেষ্ট আগ্রহ পৰিলক্ষিত হৈছে।...

October 28, 2025 8:52 PM

views 47

ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহৰ বাবে আবেদন দাখিলৰ সময়সীমা ৪ নৱেম্বৰলৈ বৃদ্ধি

ৰাষ্ট্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহৰ বাবে আবেদন দাখিলৰ সময়সীমা ৪ নৱেম্বৰলৈ বৃদ্ধি কৰিছে। যোগ্য খেলুৱৈ, প্রশিক্ষক আৰু প্রতিষ্ঠানসমূহে www.dbtyas-sports.gov.in পোর্টেলৰ যোগে আবেদন দাখিল কৰিব পাৰিব। ক্রীড়াৰ ক্ষেত্ৰত অতুলনীয় অৱদান আৰু প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে বছৰি এই ...

October 28, 2025 8:50 PM

views 51

ভাৰতৰ স্মৃতি মন্ধানাৰ মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ

ভাৰতৰ স্মৃতি মন্ধানাই মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ কৰিছে। মান্ধানাই ৮২৮ পইন্টেৰে এই কীৰ্তিত্ব অর্জন কৰিছে। মান্ধানা দ্বিতীয় স্থানত থকা অস্ট্রেলিয়াৰ এছলে গার্ডেনাৰতকৈ এশ পইন্ট আগবাঢ়ি আছে। মান্ধানাই আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত নিউজিলেণ্ডৰ বিৰুদ্ধে ১০৯ ...

October 28, 2025 8:26 PM

views 34

গুৱাহাটীত কাইলৈ আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল

मेरे पास एक अच्छा विकल्प है एक और अधिक पढ़ें ুৱাহাটী বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব. एक और अधिक पढ़ें বিৰুদ্ধে অৱতীৰ্ণ হব. एक और विकल्प चुनें एक और अधिक पढ़ें দৰ্শকৰ মাজত मेरे पास एक अच्छा विकल्प है। एक नया क्रेडिट कार्ड डाउनलोड करें एक और विकल्प चुनें বিঘ্নিত হোৱাৰ एक और अधिक पढ़ें मेरे...

October 28, 2025 11:09 AM

views 60

কাইলৈ গুৱাহাটীত আই চি চি মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বি চি চি আইৰ সচিব দেৱজিৎ লন শ‍ইকীয়াই কালি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছেমি ফাইনেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কাইলৈ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ড...

October 27, 2025 12:16 PM

views 26

ৰাঁচীত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ চেম্পিয়নৰ খিতাপ দখল

ৰাঁচীৰ বীৰচা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰি আঞ্চলিক এথলেটিকত আধিপত্য পুনৰ নিশ্চিত কৰে। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাখনত ভাৰতে ২০টা সোণসহ মুঠ ৫৮টা পদকেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ১৬টা সোণসহ মুঠ ৪০টা পদকেৰে শ্ৰীলংকা দ্বিতী...

October 26, 2025 9:00 PM

views 57

চীনৰ চেংডুঙত অনুষ্ঠিত ১৭ আৰু ১৫ বছৰ অনুর্ধ এছিয়া বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ দুটা সোণৰ পদক অর্জন

ভাৰতে চীনৰ চেংডুঙত অনুষ্ঠিত ১৭ আৰু ১৫ বছৰ অনুর্ধ এছিয়া বেডমিন্টন প্রতিযোগিতাত দুটা সোণৰ পদক অর্জন কৰিছে। ভাৰতৰ চাইনা মানিমুগ্ধই আজি ছোৱালীৰ ১৫ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত জাপানৰ ছিহাৰু ট'মিতাক ২১-১৪, ২২-২০ গেমত পৰাভূত কৰে। একেদৰে দীক্ষা সুধাকৰে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত ভাৰতৰে আন এগৰাকী...

October 24, 2025 9:23 PM

views 47

কাইলৈ ছিদনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল কাইলৈ ছিদনীত অনুষ্ঠিত হ'ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ'ব। অষ্ট্ৰেলিয়াই ইতিমধ্যে প্রথম দুখন খেলত জয়লাভ কৰি ২-০ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। শীর্ষ বাছনিপ্রাপ্ত ভাৰতীয় দলটোৱে ৮খন খেলত জয়লাভ কৰাৰ পাছত একেৰাহে দুখন খেলত পৰাজিত হৈছে। এদি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।