খেল

November 9, 2025 7:00 PM

views 31

বাংলাদেশত হ’বলগীয়া এছিয়ান আৰ্ছাৰী ছেম্পিয়নশ্বিপত ভাৰতৰ ১৬ জনীয়া দলে প্রতিদ্বন্দিতা কৰিব

বাংলাদেশৰ ঢাকাত আজিৰে পৰা ১৪ নৱেম্বৰলৈকে হ’বলগীয়া এছিয়ান আৰ্ছাৰী ছেম্পিয়নশ্বিপত ভাৰতৰ ১৬ জনীয়া দলে প্রতিদ্বন্দিতা কৰিব। জ্যোতি সুৰেখা ভেনাম আৰু অভিষেক বাৰ্মাৰ দৰে তাৰকা খেলুৱৈয়ে নিজৰ নিজৰ তৃতীয়টো ব্যক্তিগত খিতাপ লাভৰ লক্ষ্যৰে প্ৰতিযোগিতাত অবতীর্ণ হ'ব। প্রতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড দলক অভিষেক বার্মা ...

November 8, 2025 9:09 PM

views 46

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ অন্তিমখন টি-২০ খেল বৰষুণৰ বাবে পৰিত্যক্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি ব্ৰীছবেনৰ গাববাত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। ভাৰতে চাৰি অভাৰ আৰু ৫টা বলত এটাও উইকেট নেহেৰুওৱাকৈ ৫২ ৰান সংগ্ৰহ কৰা অৱস্থাত বৰষুণে খেলখনত বিধি পথালি দিয়ে। সেই সময়ত শুভমন গীলে ২৯ আৰু অভিষেক শৰ্মাই ২৩ ...

November 8, 2025 12:54 PM

views 58

২০২৮ চনত লছ এঞ্জেলেছত হ’বলগীয়া অলিম্পিক গেমছত পুৰুষ-মহিলাৰ টি-২০ ক্রিকেট খেল অন্তর্ভুক্ত

২০২৮ চনত লছ এঞ্জেলেছত হ'বলগীয়া অলিম্পিক গেমছত পুৰুষ আৰু মহিলাৰ টি-২০ ক্রিকেট খেল অন্তর্ভুক্ত হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চি এয়ে প্ৰকাশ কৰিছে। প্ৰতিটো শাখাতে ছটাকৈ দল থাকিব। এটা শতিকাৰো অধিক সময়ৰ পাছত ক্ৰীড়াৰ গোলকীয় সম্প্ৰসাৰণৰ দিশত ঐতিহাসিক মাইলৰ খুটি হিচাপে ২৮ খন খেল অন্তৰ্ভুক...

November 8, 2025 12:18 PM

views 40

ব্ৰীছবেনত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০ শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ব্ৰীছবেনৰ গাববাত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে কুইন্সলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰি শৃংখলাটোত ২-১ৰ অগ্ৰগতি লাভ কৰ...

November 6, 2025 8:26 PM

views 50

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত বিজয়ী ভাৰতীয় মহিলা দলৰ সদস্যসকলৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত খিতাপ দখল কৰা ভাৰতীয় মহিলা দলৰ সদস্যসকলে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিয়ে দলটোক অভিনন্দন জনাই কয়, যে তেওঁলোকে ইতিহাস ৰচনা কৰিছে আৰু যুৱ প্ৰজন্মৰ বাবে আদর্শ হৈ পৰিছে। তেওঁ কয়, যে ভাৰতীয় মহিলা দলে সমাজৰ বিভিন্...

November 6, 2025 8:25 PM

views 51

অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন

সাংসদ খেল মহোৎসৱৰ অংশ হিচাপে অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন কৰা হৈছে। কৰ্প'ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী হর্ষ মলহোত্রাই খেল মহোৎসৱ উদ্বোধন কৰি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে প্রায় ৩০ হাজাৰ প্রতিযোগীয়ে খেল মহোৎসৱত পঞ্জীয়ন কৰিছে। তিনিটা পৰ্যায়ত আয়োজন কৰা এই মহোৎসৱত ভাৰতীয় পৰম্প...

November 6, 2025 7:48 PM

views 42

পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুর্থখন খেলত ভাৰতৰ অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি কুইন্সলেণ্ডত অনুষ্ঠিত চতুর্থখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৬৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৯ ৰানহে কৰিবলৈ সমর্থ হয়। দলটোৰ হৈ মিছেল মার্শ্বে সর্বাধিক ৩০ ৰান কৰে।...

November 6, 2025 2:36 PM

views 41

পাঁচখনীয়া টী-২০ৰ চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজ ৰ পাঁচখনীয়া টী-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল কুইন্সলেণ্ডত অনুষ্ঠিত হৈছে। খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শৃংখলাত এতিয়ালৈকে দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে৷

November 6, 2025 12:01 PM

views 59

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থ খেলখন আজি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেৰাৰা অ'ভেলত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে, শেহতীয়াকৈ হোবার্টত অনুষ্ঠিত প্রতিযোগিতাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত প...

November 6, 2025 11:59 AM

views 55

চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবাত ভাৰতৰ ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন’গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত

■ গোৱাত চলি থকা চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবা প্রতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ, অৰ্জুন এৰিগেইছি আৰু পেণ্টালা হৰিকৃষ্ণা তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইপিনে, দিপ্তায়ন ঘোষে সুন্দৰ খেল প্ৰদৰ্শন কৰি বৰ্তমানৰ বিশ্ব ব্লিট্‌ছ সহ চেম্পিয়ন য়ান নেপমনিয়াচটচ্চিক পৰাস্ত কৰে। ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন'...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।