May 28, 2024 4:12 PM May 28, 2024 4:12 PM
6
ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী অৱতীৰ্ণ হ’ব
ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী আজি নিজ নিজ সংগীৰ সৈতে পেৰিছত হ’বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ’ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী...