খেল

June 12, 2024 1:14 PM

views 29

টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

নিউয়ৰ্কৰ নাছাউকাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। দুয়োটা দল প্রতিযোগিতাত বৰ্তমানলৈ এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতে পাকিস্তান আৰু আয়...

June 11, 2024 8:39 PM

views 13

চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় ৱিণ্ড ছার্ফিং প্রতিযোগিতাত গোলাঘাটৰ সৰুপথাৰৰ নিশামণি বৰাৰ সোণৰ পদক লাভ

গোলাঘাট জিলাৰ সৰুপথাৰৰ নিশামণি বৰাই যোৱা ৫ জুনৰ পৰা ৯ জুনলৈকে চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় ৱিণ্ড ছার্ফিং প্রতিযোগিতাত ক্রমাগত দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰিছে। তামিলনাড়ু ছেইলিং এছ'চিয়েচনে আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ ১৮টা ছেইলিং ক্লাবে অংশগ্রহণ কৰিছিল ।

June 11, 2024 6:34 PM

views 6

দোহাত হ’বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপ এএফচি কোৱালিফায়াৰত আজি কাটাৰৰ বিৰুদ্ধে ভাৰত

ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি দোহাত হ'বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ খেলত এছিয়াৰ বৰ্তমানৰ চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১৫ মিনিটত আৰম্ভ হ'ব। কোৱালিফায়াৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ'বৰ বাবে ভাৰ...

June 11, 2024 6:33 PM

views 16

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পাকিস্তান

পাকিস্তান আজি নিউয়ৰ্কৰ নাছাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা ৮ বজাত আৰম্ভ হ'ব। পাকিস্তান এতিয়ালৈকে খেলা দুয়োখন খেলতে পৰাজিত হৈছে। আনহাতে, কানাডাই নিজৰ অন্তিমখন খেলত আয়াৰলেণ্ডক ১২ ৰানত পৰাস...

June 11, 2024 6:30 PM

views 20

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৪ ৰানত পৰাস্ত দক্ষিণ আফ্ৰিকাৰ

দক্ষিণ আফ্রিকাই যোৱা নিশা নাছাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৪ ৰানত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ১১৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বাংলাদেশে...

June 11, 2024 12:12 PM

views 23

অহা ১২ জুলাইৰ পৰা গুৱাহাটীৰ সৰুসজাইত সদৌ অসম একুৱাটিক চেম্পিয়শ্বিপ

সদৌ অসম একুৱাটিক চেম্পিয়শ্বিপ অহা ১২ জুলাইৰ পৰা গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'ব। অসম সাঁতোৰ সন্থাৰ এখন সভাত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্থাৰ উপ-সভাপতি দেৱকুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সম্পাদক ভাস্কৰ ৰঞ্জন দাসে চলিত বৰ্ষৰ বিভিন্ন জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ সূচী ঘোষ...

June 11, 2024 11:29 AM

views 32

ফিফা বিশ্বকাপ এ এফ চি কোৱালিফায়াৰৰ খেলত ভাৰত কাটাৰৰ মুখামুখি

ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি দোহাত ২০২৬ চনৰ ফিফা বিশ্বকাপ এ এফ চি কোৱালিফায়াৰ প্রতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ খেলত এছিয়াৰ সাম্প্ৰতিক চেম্পিয়ন কাটাৰৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১৫ মিনিটত আৰম্ভ হ'ব। কোৱালিফায়াৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ'বৰ বাবে ভাৰতে গ্ৰুপ-এৰ শীৰ্...

June 11, 2024 11:23 AM

views 24

প’ৰ্টলেণ্ড ট্রেক ফেষ্টিভেল হাই পাৰফৰ্মেন্সৰ ৫ হাজাৰ মিটাৰ দৌৰত গুলবীৰ সিঙৰ ৰূপৰ পদক

ভাৰতৰ গুলবীৰ সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প'ৰ্টলেণ্ডত অনুষ্ঠিত প'ৰ্টলেণ্ড ট্রেক ফেষ্টিভেল হাই পাৰফৰ্মেন্স মিটাৰ পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছে। এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজেতা খেলুৱৈগৰাকীয়ে কালি পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰ সম্পূৰ্ণ কৰা দ্রুততম ভাৰতীয় খেলুৱৈৰ কৃতিত্ব অৰ্জন কৰে। খেলুৱৈগৰ...

June 11, 2024 11:17 AM

views 38

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ ৰোমাঞ্চকৰ খেলত বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ জয়

দক্ষিণ আফ্ৰিকাই যোৱা নিশা নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৪ ৰানত পৰাস্ত কৰে। খেলখনত প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১১৩ ৰান সংগ্ৰহ কৰে। দলটোৰ ...

June 10, 2024 11:49 AM

views 23

স্পেইনৰ কাৰ্লোছ আলকাৰাজ গার্ফিয়াৰ ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল

স্পেইনৰ কাৰ্লোছ আলকাৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে। পেৰিছৰ ৰোলাঁ গ্ৰাঁত অনুষ্ঠিত ফাইনেল খেলত গার্ফিয়াই জাৰ্মানীৰ আলেকজেণ্ডাৰ জুৱেৰেভক ৬-৩, ২-৬, ৫-৭, ৬-১ আৰু ৬-২ ছেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে, খেলুৱৈগৰাকীৰ এয়া হৈছে প্ৰথমটো ফ্ৰেন্স অপেন খিতাপ। আটাইকেই...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।