খেল

June 25, 2024 1:18 PM

views 23

ভাৰতীয় মহিলা হেণ্ড বল দলত মৃদুস্মিতা লাগাছুৰ স্থান লাভ

ভাৰতীয় মহিলা হেণ্ড বল দলৰ লখিমপুৰৰ মৃদুস্মিতা লাগাছু 'ৱে স্থান লাভ কৰিছে। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰীগৰাকীৰ এই সাফল্যই সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অহা ২৭ জুনৰ পৰা বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ'বলগীয়া ইণ্ড-বাংলাদেশ হেণ্ড বল প্রতিযোগিতাত মৃদুস্মিতাই দেশৰ হৈ প্ৰতিন...

June 25, 2024 1:04 PM

views 30

তৃতীয় তথা অন্তিমখন এদিনীয়া আন্তর্জাতিক খেলত ভাৰতৰ মহিলা ক্রিকেট দলটোৰ হাতত দক্ষিণ আফ্রিকা ৬ উইকেটত পৰাস্ত

ভাৰতৰ মহিলা ক্রিকেট দলটোৱে কালি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন এদিনীয়া আন্তর্জাতিক খেলত দক্ষিণ আফ্রিকাক ৬ উইকেটত পৰাস্ত কৰে আৰু ৩-০ ফলাফলেৰে শৃংখলা হস্তগত কৰে। খেলখনত টছত জিকি দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকে...

June 25, 2024 1:03 PM

views 30

ভাৰত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি ছেণ্ট লুছিয়াৰ ডাৰেন ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়াক ২৪ ৰানত পৰাজিত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ...

June 25, 2024 12:59 PM

views 18

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ ৰিয়ান পৰাগক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আই-এ জিম্বাবুৱেৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে অহা মাহত ৫ খনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাত অংশগ্রহণ কৰিব। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পোর্টছ ক্লাব খেলপথাৰত খেলোৱা হ'ব। খেলকেই...

June 24, 2024 6:20 PM

views 26

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে ছুপাৰ এইট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেণ্ট লুছিয়াৰ ডানে ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ'ব। দুয়োটা দলৰ মাজত অনুষ্ঠিত পূৰ্বৰ ৩১ খন টি-২০ খেলত ভাৰতে ১৯ খনত আৰু অস্ট্রেলিয়াই ১১ খনত...

June 24, 2024 12:01 PM

views 15

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে ছুপাৰ এইট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেণ্ট লুছিয়াৰ ডাৰেন ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ'ব। দুয়োটা দলৰ মাজত অনুষ্ঠিত পূৰ্বৰ ৩১ খন টি-২০ খেলত ভাৰতে ১৯ খনত আৰু অষ্ট্ৰেলিয়াই ১১ খন...

June 23, 2024 8:17 PM

views 19

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াৰ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমাগত পেৰিছ অলিম্পিকত সুন্দৰ খেল প্ৰদৰ্শনেৰে দেশৰ মান উজ্বলাই তুলিবলৈ তেওঁ খেলুৱৈসকলক শুভেচ্ছা জনায়। ক্রীড়াৰ জৰিয়তে শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি তোলাৰ ক্ষেত্ৰত আন্ত...

June 23, 2024 7:39 PM

views 17

ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে তিনিচুকীয়াৰ শৰৎ মৰাণৰ ভাৰতীয় দলত স্থান লাভ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কুলিবিল গাঁৱৰ শৰৎ মৰাণে ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছে। বিগত ১০ বছৰ ধৰি হেণ্ড বল খেলি অহা মৰানে ভাৰতীয় দলত স্থান লাভ কৰাত পৰিয়াল আৰু গাঁওবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। ইপিনে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে ঘোষণা কৰা ভাৰতী...

June 23, 2024 7:35 PM

views 34

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত আফগানিস্তানৰ বিৰুদ্ধে ২১ ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি পুৱা কিংষ্টনত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত আফগানিস্তানে অষ্ট্ৰেলিয়াক ২১ ৰাণত পৰাস্ত কৰে। খেলখনত আফগানিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত পাঁচটা উইকেটৰ বিনিময়ত ১৪৮ ৰাণ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৯ অ’ভাৰ আৰু দুটা বলত...

June 23, 2024 12:12 PM

views 42

বেংগালুৰুত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট দলৰ মাজৰ চলিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিয়লি বেংগালুৰুৰ এম ছিন্নাস্বামী ষ্টেডিমায়ত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোৱে আজিৰ খেলখনত জয় লাভ কৰি শৃংখলাৰ আটাইকেইখন খেলতে বিজয়ী হোৱাৰ গৌৰৱ অৰ্জনৰ বাবে চেষ্টা চলাব। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত দ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।