খেল

June 28, 2024 1:25 PM

views 39

ইউ এছ অ’পেন বেডমিণ্টনত ভাৰতৰ মালবিকা বানচোড় আৰু প্রিয়াংশু ৰাজাৱাৰ্টে ছিংগলছৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটো মহিলাৰ ডাবলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ইউ এছ অ'পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মালবিকা বানচোড় আৰু প্রিয়াংশু ৰাজাৱাৰ্টে ছিংগলছৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটোৱে মহিলাৰ ডাবলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছৰ মালবিকাই প্ৰিকোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত চেকগণৰাজ্যৰ প্ৰতিদ্বন্দ্বী তেজো স্বাবিকোভাক পৰাস্ত কৰে। কোৱাৰ্ট...

June 28, 2024 1:21 PM

views 35

ভাৰতৰ ট্ৰেক এথলিট কিৰণ পাহালৰ পেৰিছ অলিম্পিকৰ মহিলাৰ ৪০০ মিটাৰ দৌৰলৈ যোগ্যতা অৰ্জন

ভাৰতৰ ট্ৰেক এথলিট কিৰণ পাহালে অহা মাহত হ'বলগীয়া পেৰিছ অলিম্পিকৰ মহিলাৰ ৪০০ মিটাৰ দৌৰলৈ যোগ্যতা অৰ্জন কৰিছে। হাৰিয়ানাৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে পঞ্চকুলাত চলি থকা ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ৫০.৯২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি এই যোগ্যতা অর্জন কৰে। অলিম্পিকলৈ যো...

June 28, 2024 12:04 PM

views 76

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱানিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধি...

June 27, 2024 6:45 PM

views 49

টি-২০ বিশ্বকাপত আজি নিশা দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ভাৰতে এতিয়ালৈকে আটাইকেইখন খেলতে জয়লাভ কৰিছে। ত্রিনিদা...

June 27, 2024 11:52 AM

views 26

পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় পুৰুষ হকী দল ঘোষণা হকী ইণ্ডিয়াৰ, অধিনায়কৰ দায়িত্ব হৰমনপ্রীত সিঙক

হকী ইণ্ডিয়াই ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ হ'বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকৰ হকীত ভাগ লোৱাৰ বাবে কালি ভাৰতীয় পুৰুষ দলৰ ১৬ গৰাকী সদস্যৰ নাম ঘোষণা কৰে। প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাগ ল'বলগীয়া ৫ গৰাকী খেলুৱৈ থকা দলটোৰ অধিনায়কৰ দায়িত্ব হৰমনপ্রীত সিঙক দিয়া হৈছে। তাৰকা মিডফিল্ডাৰ হার্দিক সিঙক দলৰ সহ-অধি...

June 27, 2024 11:50 AM

views 15

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ আজি দ্বিতীয়খন ছেমিফাইনেলত ভাৰত বনাম ইংলেণ্ড

ভাৰত আজি গায়ানাত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত হ'ব।

June 26, 2024 11:44 AM

views 29

আই চি চি টী-২০ বিশ্বকাপ ক্রিকেটত কাইলৈ আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন ছেমি ফাইনেল

আফগানিস্তান কাইলৈ পুৱা ত্রিনিদাদৰ ব্ৰায়নলাৰা ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টী-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব। আনহাতে, ভাৰত কাইলৈ নিশা গায়ানাত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বা...

June 26, 2024 11:39 AM

views 22

টেক্সাচৰ ফৰ্ট ৱৰ্থ কনভেনচন চেন্টাৰত BWFUS অপেন বেডমিন্টন প্রতিযোগিতা আৰম্ভ

টেক্সাচৰ ফৰ্ট ৱৰ্থ কনভেনচন চেন্টাৰত কালি বি ডব্লিউ এফ ইউ এছ অপেন বেডমিন্টন প্রতিযোগিতা আৰম্ভ হৈছে। পুৰুষৰ ডাবলছৰ এখন খেলত ভাৰতৰ কৃষ্ণ প্ৰসাদ গৰাগা আৰু চাই প্ৰতীকৰ যুটিটোৱে স্কট গিল্ডিয়া আৰু পল ৰেনল্ডছৰ আয়াৰলেণ্ডৰ যুটিটোক ২১-১৪, ২১-১২ ব্যৱধানত পৰাস্ত কৰে। মহিলাৰ ডাবলছৰ এখন খেলত আজি আবেলি ট্রিচা জলি...

June 25, 2024 8:35 PM

views 26

১ জুলাইৰ পৰা ৩ জুলাইলৈ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা

২০২৪-২৫ বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ তেজপুৰৰ মিছন চাৰিআলিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। ১৫ আৰু ১৭ বছৰ অনুৰ্ধৰৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰৰ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰদৰ্শিতাৰ ভিত্তিত খেলুৱৈসকলক পিলিক চৌধুৰী সোঁৱৰণ...

June 25, 2024 6:55 PM

views 40

টি-২০ বিশ্বকাপত ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ ছেমি ফাইনেললৈ যোগ্যতা অর্জন

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহ নিশ্চিত হৈছে। ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ছেমি ফাইনেললৈ যোগ্যতা অর্জন কৰিছে। আফগানিস্তানে আজি কিংষ্টনত অনুষ্ঠিত প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন ৰোমাঞ্চকৰ খেলত বাংলাদেশক ডাক ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ৮ ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।