খেল

November 17, 2025 1:20 PM

views 27

টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাত উত্তৰ-পূব সীমান্ত ৰে’লৱে দলৰ খিতাপ অৰ্জন

নাহৰকটীয়া ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাৰ কালি নিশা অনুষ্ঠিত চূড়ান্ত খেলত উত্তৰ-পূব সীমান্ত ৰে'লৱে ফুটবল দলে খিতাপ অর্জন কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱে ফুটবল দলে ইউনাইটেড চিৰাংদুৱাৰ ফুটবল দলক ৩-০ গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত চূড়ান্ত খেলত ক্রীড়া মন্ত...

November 16, 2025 8:47 PM

views 29

বর্ল্ড বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ প্ৰথম দিনা ভাৰতৰ চাৰিওগৰাকী বক্সাৰৰ ছেমি ফাইনেললৈ অগ্রগতি

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাঠিক স্পোর্টছ কমপ্লেক্সত অনুষ্ঠিত বর্ল্ড বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ প্ৰথম দিনা ভাৰতে সুন্দৰ আৰম্ভণি কৰিছে। ভাৰতৰ চাৰিওগৰাকী বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি ছেমি ফাইনেললৈ অগ্রগতি লাভ কৰিছে। মহিলাৰ ৪৯ কিলোগ্রাম আৰু ৫৮ কিলোগ্রাম শাখাত মিনাক্ষী আৰু প্রীতিয়ে কাজাখস্...

November 16, 2025 8:44 PM

views 28

কলকাতা অনুষ্ঠিত টেষ্ট ক্রিকেটৰ প্ৰথমখন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৩০ ৰানত পৰাজিত কৰে

কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত টেষ্ট ক্রিকেটৰ প্ৰথমখন খেলত আজি দক্ষিণ আফ্রিকাই ভাৰতক ৩০ ৰানত পৰাজিত কৰে। দক্ষিণ আফ্রিকাই বান্ধি দিয়া ১২৪ ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতে আজি দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৯৩ ৰানহে সংগ্ৰহ কৰে। ভাৰতৰ অধিনায়ক শুভমন গীলে কালিৰ খেলত দিণ্ডিত আঘাত পোৱাৰ বাবে তে...

November 16, 2025 8:41 PM

views 32

টকিঅত অনুষ্ঠিত ডীফ অলিম্পিকত ভাৰতৰ ধনুষ শ্রীকান্তৰ এয়াৰ ৰাইফলত সোণৰ পদক অর্জন

টকিঅত অনুষ্ঠিত চলিত বৰ্ষৰ ডীফ অলিম্পিকত ভাৰতৰ ধনুষ শ্রীকান্তে এয়াৰ ৰাইফলত সোণৰ পদক অর্জন কৰি ২৫২.২ পইণ্টেৰে বিশ্ব অভিলেখৰ সৃষ্টি কৰে। আন এগৰাকী ভাৰতীয় মহম্মদ বানিয়াই ২৫০.১ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰি প্ৰথম দুয়োটা পদক ভাৰতৰ হৈ দখল কৰে। আনহাতে মহিলাৰ এয়াৰ ৰাইফল শাখাত মোহিত সান্ধু আৰু কুনাল ৱাঘমাৰে ...

November 16, 2025 8:27 PM

views 29

নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ

কর্পোৰেট পৰিক্ৰমা ৰাজ্যমন্ত্রী হর্ষ মালহোট্রাই আজি নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ কৰে। সংসদ খেল মহোৎসৱ ২০২৫ৰ অংশৰূপে আয়োজন কৰা এই অনুষ্ঠানত ছহেজাৰৰো অধিক নাগৰিকে অংশগ্ৰহণ কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে প্রকাশ কৰা মতে পথ সুৰক্ষা, সুস্বাস্থ্য আৰু যুৱক-যুৱতীৰ অংশগ্রহণক মূল বি...

November 16, 2025 11:31 AM

views 26

নয়দাৰ শ্বহীদ বিজয় সিং পঠিক ক্রীড়া প্ৰকল্পত ১৮ খন দেশৰ ১৩০ গৰাকী বক্সাৰে বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব

বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা আজিৰে পৰা অহা ২০ নৱেম্বৰলৈ নয়দাৰ শ্বহীদ বিজয় সিং পঠিক ক্রীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ব্রাজিল, পোলেণ্ড আৰু কাজাখস্তানত অনুষ্ঠিত তিনিখন বিশ্বকাপৰ পিছত এই বিশ্বকাপ ফাইনেল হৈছে ২০২৫ চনৰ বিশ্ব বক্সিং কাপ ছিৰিজ ছিজনৰ চূড়ান্ত খেল। এই প্রতিযোগিতাত ১৮ খন দে...

November 15, 2025 7:58 PM

views 28

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত উপনীত হৈছে। দক্ষিণ আফ্রিকাই আজি দ্বিতীয় দিনাৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত ৭টা উইকেটৰ বিনিময়ত ৯৩ ৰাণ সংগ্ৰহ কৰি খেলি আছিল। আজিৰ খেলত টেম্বা বাবুমা ২৯ আৰু কৰ্বিন বছে ১ ৰাণ কৰ...

November 14, 2025 10:02 PM

views 27

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ তিনিটা সোণৰ পদক লাভ

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ প্রতিযোগিতাত আজি ভাৰতে তিনিটা সোণৰ পদক লাভ কৰি এছিয়ান আৰ্চাৰীত উদীয়মান শক্তি কেন্দ্ৰ হিচাপে নিজৰ স্থিতি অধিক সুদৃঢ় কৰিছে। ভাৰতে আজি প্ৰতিযোগিতাৰ ৰেকৰ্ভ শাখাত দুটা ব্যক্তিগত সোণৰ পদক লাভ কৰাৰ লগতে দলীয় শাখাত এটা সোণৰ পদক লাভ কৰিছে। দেশৰ ...

November 14, 2025 9:20 PM

views 31

গুৱাহাটীৰ চচলত অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ উদ্যোগত সদৌ অসম টেনিছ সন্থাই গুৱাহাটীত দুখনকৈ আন্তর্জাতিক প্রতিযোগিতাৰ আয়োজন কৰিছে। অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখন ১৮ বছৰৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত...

November 14, 2025 12:11 PM

views 26

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। খেলখন কিছুসময় পাছতে আৰম্ভ হ'ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় কৰাৰ পাছত শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলটোৱে টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়া...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।