খেল

July 20, 2024 12:59 PM

views 23

মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত পাকিস্তান ৭ উইকেটত পৰাস্ত

যোৱাবাৰৰ চেম্পিয়ন ভাৰতে যোৱা নিশা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে ১০৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ আৰু এটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ হৈ অপেনাৰ স্মৃ...

July 19, 2024 11:58 AM

views 24

ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত খেলো ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত চৰকাৰৰ খেল' ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণ চমুকৈ KIRTI পদক্ষেপৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। মন্ত্ৰ্যালয়ে কৈছে যে, আধুনিক আই চি টি সা-সৰঞ্জাম আৰু গোলকীয় সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ আধাৰত প্ৰতিভাসমূহৰ চিনাক্ত কৰণৰ উদ্দেশ্যে এই প...

July 19, 2024 11:57 AM

views 29

শ্ৰীলংকাৰ ডাম্বুলাত আজিৰে পৰা আৰম্ভ মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ আজি শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আজি গ্ৰুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত...

July 19, 2024 11:56 AM

views 18

শ্বাটলাৰ এইচ এছ প্ৰণয়ৰ প্ৰশিক্ষক ৰোহন জৰ্জ মেথিউছক আর্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্রীয় ক্রীড়া মন্ত্ৰালয়ে মিছন অলিম্পিক ছেলে অলিম্পিক অভিমুখী শ্বাটলাৰ এইচ এছ প্ৰণয়ৰ প্ৰশিক্ষক ৰোহন জৰ্জ মেথিউছ ফ্ৰান্সৰ পেৰিছত থকা বাবে আর্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মেথিউছৰ ব্যয় টার্গেট অলিম্পিক প'ডিয়াম আঁচনিৰ অধীনত আদায় কৰা হ'ব। উল্লেখযোগ্য যে টপছে তেওঁৰ বিমান ভাড়া, থ...

July 19, 2024 11:38 AM

views 20

শ্ৰীলংকাত হ’বলগীয়া চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টনৰ ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোহাঁইৰ স্থান লাভ

শ্ৰীলংকাৰ কলম্বোত অহা ২৫ জুলাইৰ পৰা হ'বলগীয়া চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইয়ে স্থান লাভ কৰিছে। বিজয় বর্মনে প্রতিযোগিতাখনৰ ৫৫ বছৰ ঊৰ্ধ্বৰ ডাবলছ আৰু ৫০ বছৰ ঊৰ্ধ্বৰ মিক্সড ডাবলছ শাখাত অৱতীৰ্ণ হ'ব। ৫৫ বছৰ ঊৰ্ধ্বৰ ডাবলছত ব...

July 19, 2024 11:34 AM

views 25

শ্রীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, অসমৰ ৰিয়ান পৰাগৰ স্থান লাভ

শ্রীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল দুটা ঘোষণা কৰা হৈছে। দুয়োটা দলতে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে স্থান লাভ কৰিছে। সূর্য কুমাৰ যাদৱৰ নেতৃত্বৰ টি-২০ দলটোত শুভমন গীল সহ-অধিনায়ক হিচাপে থাকিব। আনহাতে ৰোহিত শৰ্মাৰ নেতৃত্বত এদিনীয়া দলটো ঘোষণা কৰা হৈছে। তিনিখনীয়া টি...

July 18, 2024 9:11 PM

views 21

ছুইডিছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত পৰাজিত সুমিত নাগল

ভাৰতৰ সুমিত নাগল ছুইডিছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ পৰা বাহিৰ হৈছে। খেলুৱৈ গৰাকীয়ে আজি প্ৰী-কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ ৭ মৰিয়ানো নৱোনেৰ হাতত ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাজিত হয়।

July 18, 2024 7:39 PM

views 26

চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিন্টনৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইৰ স্থান লাভ

শ্রীলংকাৰ কলম্বোত অহা ২৫ জুলাইৰ পৰা হ'বলগীয়া চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিন্টন প্রতিযোগিতাৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইয়ে স্থান লাভ কৰিছে। বিজয় বর্মনে প্রতিযোগিতাখনৰ ৫৫ বছৰ উৰ্দ্ধৰ ডাবলছ আৰু ৫০ বছৰ উৰ্দ্ধৰ মিক্সড ডাবলছ শাখাত অৱতীৰ্ণ হ'ব। ৫৫ বছৰ উৰ্দ্ধৰ ডাবলছত বিজয় ব...

July 18, 2024 5:31 PM

views 22

আই চি চি টি-২০ বেটিঙৰ বাছনি তালিকাত দ্বিতীয় স্থানত সূর্য কুমাৰ যাদৱ

সূর্য কুমাৰ যাদৱে কালি জাৰি কৰা পুৰুষৰ আই চি চি টি-২০ বেটিঙৰ বাছনি তালিকাত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিছে। ভাৰতৰ আন এগৰাকী খেলুৱৈ যশস্বী জয়ছৱালে তালিকাত ষষ্ঠ স্থান লাভ কৰিছে। আনহাতে, ৰুতুৰাজ গাইকোৱাড এটা স্থান তললৈ নামি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে জিম্বাব'ৱেৰ বিৰুদ্ধে অনুষ্ঠিত টি- ২০ শ...

July 18, 2024 5:29 PM

views 32

কাইলৈৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতাৰ কাইলৈ শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন কাইলৈ গ্রুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।