খেল

August 15, 2024 12:03 PM

views 43

এন টি পি চি ৰাষ্ট্ৰীয় ৰেকিং আৰ্ছাৰী প্ৰতিযোগিতাৰ জুনিয়ৰ ৰিকাৰ্ভ শাখাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অসমৰ বিশাল চাংমা আৰু আনিশা দাসৰ প্ৰৱেশ

 বিশাল চাংমাই আৰু আনিশা দাসে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি থকা ল'ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেকিং আৰ্ছাৰী প্ৰতিযোগিতাত জুনিয়ৰ ৰিকাৰ্ভ শাখাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰাৰম্ভিক ৰাউণ্ডত বিশালে মুঠ ৬৫৩ পইণ্ট অৰ্জন কৰি একাদশ স্থানত থকাৰ বিপৰীতে ৬২৬ পইণ্টেৰে সপ্তম স্থা...

August 15, 2024 11:51 AM

views 23

ক্রীড়া চালিছী আদালতৰ মল্লযোদ্ধা ৱিনেশ ফোগটৰ আৱেদন খাৰিজৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাৰ অন্য আইনী বিকল্পৰ অন্বেষণ

ক্রীড়া চালিছী আদালতে পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুঁজত ৫০ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক প্ৰদানৰ বাবে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগটে জনোৱা আৱেদন খাৰিজ কৰাৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই অন্য আইনী বিকল্পৰ অন্বেষণ কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি উষাই United World Wrestling আৰু আন্তঃৰাষ্ট্ৰ...

August 14, 2024 8:09 PM

views 25

পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা হকী ইণ্ডিয়াৰ

হকী ইণ্ডিয়াই কিংবদন্তি গ'লৰক্ষক পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা কৰিছে। সত্য সমাপ্ত পেৰিছ অলিম্পিকত দেশৰ বাবে একেৰাহে দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শ্ৰীজেশৰ অৱসৰৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। গ'লৰক্ষকগৰাকীৰ সন্মানার...

August 14, 2024 12:09 PM

views 14

ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠত ৱিনেশ ফোগটৰ আবেদনৰ ৰায়দান পুনৰ স্থগিত

ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠে পেৰিছ অলিম্পিকৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ মল্লযুদ্ধৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰাৰ বিৰুদ্ধে ৱিনেশ ফোগটে জনোৱা আবেদনৰ ৰায়দান পুনৰ স্থগিত ৰাখিছে। সেই অনুসাৰে বিচাৰপীঠখনে ১৬ আগষ্টত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত এই সন্দৰ্ভত ৰায়দান কৰিব। ক্রীড়া...

August 13, 2024 3:31 PM

views 26

ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ

বিশ্ব বেডমিণ্টন ফেডাৰেচনে ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন কৰিছে। এই প্রতিবন্ধকতাৰ বাবে খেলুৱৈগৰাকীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব।

August 13, 2024 2:00 PM

views 18

নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

গুৱাহাটী ৰাধা গোবিন্দ বৰুৱাৰ ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত চলি থকা প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল'ৰাৰ ৰিকাৰ্ভ শাখাত ৰে'লৱেৰ যশদীপ ভোগে, উত্তৰ প্ৰদেশৰ নীজ চৌহান আৰু পি এছ বিৰ অতনু দাসে শীর্ষ তিনিটা স্থান লাভ কৰিছে। ইফালে, ছিনিয়ৰ ছোৱ...

August 12, 2024 6:12 PM

views 22

হাৰিয়ানাত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ

হাৰিয়ানাত অহা মাহত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ অনুষ্ঠিত হ'ব। গোলকীয় প্রবাসী মহিলাৰ কাবাডী লীগ হিচাপে পৰিচিত এই খেলত এইবাৰ ১৫ খন দেশৰ মহিলা এথলিটসকলে অংশগ্রহণ কৰিব। কাবাডী খেলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰা, এই খেলবিধক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰা তথা ২০৩৬ৰ অলিম্পিক আয...

August 12, 2024 6:10 PM

views 27

বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক ২০২৪-ৰ সামৰণি

ষ্টেড দি ফ্ৰান্সত যোৱানিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক, ২০২৪-ৰ অন্ত পৰে। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ৬টা পদক লাভ কৰি ৭১ সংখ্যক স্থানত থাকে। ইয়াৰ পূৰ্বে ২০২০ৰ টকিঅ' অলিম্পিকত ভাৰত এটা সোণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ৭টা পদকেৰে ৪৮ সংখ্যক স্থানত আছিল। পেৰিছ অলিম্পিকৰ...

August 12, 2024 6:06 PM

views 26

ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্রহণ পি টি ঊষাৰ

ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি ঊষাই ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্রহণ কৰিছে। পেৰিছ অলিম্পিকত ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগটক মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ বাবে ভাৰতীয় দলৰ মুখ্য চিকিৎসা বিষয়া ডাঃ ডিনশ্...

August 12, 2024 11:40 AM

views 16

ষ্টেড দি ফ্ৰান্সত বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি

ষ্টেড দি ফ্ৰান্সত কালি নিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক ২০২৪ৰ অন্ত পৰে। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ৬টা পদক লাভ কৰি ৭১ সংখ্যক স্থানত থাকে। ইয়াৰ পূৰ্বে ২০২০ৰ টকিঅ' অলিম্পিকত ভাৰত এটা সোণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ৭টা পদকেৰে ৪৮সংখ্যক স্থানত আছিল। পেৰিছ অলিম্পিকৰ ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।