August 19, 2024 9:24 PM
15
থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ’জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতা
থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ'জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে অংশগ্ৰহণ কৰি উল্লেখযোগ্য প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত সন্দিকৈ মহাবিদ্যালয়ৰ চৈতলী ঘোষ আৰু নেহা দেই ৰূপৰ পদক, সুমিত্ৰাক্ষী শইকীয়া আৰু টিন...