খেল

December 14, 2025 12:26 PM

views 17

ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত অমন শ্বেৰাৱত আৰু অন্তিম পোংঘালৰ সোণৰ পদক অৰ্জন

আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত পেৰিছ অলিম্পিকৰ পদক বিজেতা অমন শ্বেৰাৱত আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজেতা অন্তিম পোংঘালে সোণৰ পদক অৰ্জন কৰিছে। ২০২৪ৰ পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা অমণ শ্বেৰাৱতে ফ্রী ষ্টাইল শিতানত নিজৰ ৫৭ কিলোগ্রাম ওজনৰ সলনি ৬১ কিলোগ্রাম ওজন শাখাত প্রতিদ্ব...

December 14, 2025 11:16 AM

views 33

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই ৪ জন খেলুৱৈক নিলম্বন কৰে

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৪ জন খেলুৱৈক নিলম্বন কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত অসম দলৰ একাংশ খেলুৱৈক মেচ ফিক্সিং কৰিবলৈ প্রলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পাছতে অসম ক্রিকেট সন্থাই অমিত সিনহা, ঈশান আহমেদ, অমন...

December 13, 2025 9:40 PM

views 12

চত্তিশগড়ৰ জগদলপুৰত বাষ্টাৰ অলিম্পিকৰ সামৰণী অনুষ্ঠানত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্ৰহণ

গৃহমন্ত্রী অমিত শ্বাহে আজি চত্তিশগড়ৰ জগদলপুৰত বাষ্টাৰ অলিম্পিকৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ কয়, যে পৰৱৰ্তী বাষ্টাৰ অলিম্পিক হোৱাৰ সময়লৈ কেৱল চণ্ডিগড়ৰ বাষ্টাৰ অঞ্চলৈই নহয়, বৰঞ্চ সমগ্র দেশেই নক্সালবাদৰ পৰা মুক্ত হ'ব। তেওঁ লগতে কয়, যে চৰকাৰে অহা পাঁচ বছৰত বাষ্টাৰক দেশৰ ভিতৰতে উন্নত জনজাতী...

December 13, 2025 9:39 PM

views 13

উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াই আজি উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ কৰে। এই উপলক্ষে যুৱক-যুৱতীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মানত ক্রীড়া-সংস্কৃতিৰ গুৰুত্ব বিষয়ে উল্লেখ কৰি পৌৰী উচ্চমানৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে...

December 13, 2025 9:38 PM

views 16

তাৰকা মল্লযুদ্ধা ভিনেশ ফোগাটৰ অলিম্পিক ক্রীড়া প্রতিযোগিতাত অভিলেখসংখ্যক চতুৰ্থবাৰ অংশগ্ৰহণৰ বাবে প্ৰস্তুতি

তাৰকা মল্লযুদ্ধা ভিনেশ ফোগাটে অলিম্পিক ক্রীড়া প্রতিযোগিতাত অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে অংশগ্ৰহণৰ লক্ষ্যৰে প্ৰতিযোগিতামূলক মল্লযুঁজলৈ উভতি অহাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে খেলুৱৈগৰাকীয়ে নিজৰ সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে তেওঁ ২০২৮ চনৰ লছ এঞ্জেল'ছ অলিম্পিকৰ বাবে ইতিমধ্যে প্রস্তুতি আ...

December 12, 2025 12:06 PM

views 18

এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক প্রধানমন্ত্রীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপ ২০২৫ত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰৰ যুৱ তাৰকা আৰু উৎসাহী দলটোৱে সন্মানীয় এই প্রতিযোগিতাত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অর্জন কৰি দেশলৈ স...

December 12, 2025 12:03 PM

views 21

ডুবাইত আজিৰে পৰা ১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ২০২৫ আৰম্ভ

১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ২০২৫ আজি ডুবাইত আৰম্ভ হ'ব। ডুবাইৰ আই চি চি একাডেমী গ্রাউণ্ডত আজি প্রতিযোগিতাৰ উদ্বোধনী খেলখনত আয়ুষ মহাত্রে নেতৃত্বাধীন ভাৰতে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন পুৱা চাৰে ১০ বজাত আৰম্ভ হৈছে। পৰহিলৈ ভাৰতীয় দলটো চিৰপ্ৰতিদ্বন্...

December 12, 2025 11:46 AM

views 12

টি-২০ ক্রিকেট শৃংখলাৰ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাৰ হাতত ভাৰত ৫১ ৰানত পৰাজিত

ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৫১ ৰানত পৰাজিত কৰে। ২১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ ৫টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৬২ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ ...

December 11, 2025 11:55 AM

views 13

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি নিউ চণ্ডীগড়ৰ মুল্লানপুৰত থকা মহাৰাজা যাদবিন্দ্ৰ সিং আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। এয়া হ'ব মুল্লানপুৰত পুৰুষৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্রিক...

December 10, 2025 12:09 PM

views 22

টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত ভাৰতৰ

■ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলতো কালি অদমনীয় প্ৰদৰ্শনেৰে উজ্জ্বলি উঠে। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে আলহী দলটোক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ আমন্ত্রণ মর্মে প্রথমে বেট ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।