আঞ্চলিক সংবাদ

May 23, 2024 8:37 PM

views 18

তিনিচুকীয়াত কলেৰাত ১১জন লোকৰ মৃত্যুৰ বাতৰিৰ সত্যতা খণ্ডন জিলা প্ৰশাসনৰ

তিনিচুকীয়া জিলাত কলেৰাত আক্ৰান্ত হৈ ১১জন লোকৰ মৃত্যু হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ সত্যতা জিলা প্ৰশাসনে খণ্ডন কৰিছে। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত আয়ুক্ত স্বপ্নীল পালে এই বিষয়টোৰ সন্দৰ্ভত স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে, আই চি এম আৰৰ প্ৰতিবেদন মতে কোনো লোকৰ কলেৰা ৰো...

May 23, 2024 8:35 PM

views 21

ৰাজ্যৰ ভিন্ন প্ৰান্তত বুদ্ধ পূৰ্ণিমা পালন

আজি পৱিত্ৰ বুদ্ধ পূর্ণিমা। এই দিনটোতে গৌতম বুদ্ধই জন্মগ্ৰহণ কৰাৰ উপৰি সিদ্ধি লাভ আৰু মহা পৰিনিৰ্বাণ হৈছিল। আজি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰতাৰে এই দিনটো উদযাপন কৰে। দৰং জিলাৰ পানেৰী থানাৰ অন্তৰ্গত আনাধুৱাপাৰাত মাংগলিক ৰীতি-নীতিৰে বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানৰ পৰা ভক্তৰ ...

May 23, 2024 8:33 PM

views 15

মৰিগাঁৱত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ বান-খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা

মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতি আজি জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মাই পৰ্যালোচনা কৰে। তেওঁ বানৰ আশংকা থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি বান প্ৰতিৰোধী প্রকল্পসমূহৰ কাম-কাজ চোৱাচিতা কৰে। তেওঁ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ২৫০ কোটি...

May 23, 2024 8:26 PM

views 20

ৰাজ্যৰ বিভিন্ন ঠাইত অহা ২৪ ঘণ্টাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ-বজ্ৰপাতৰ সম্ভাৱনা

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত ৰাজ্যখনৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আনহাতে ২৬ মে’ দেওবাৰে ৰাজ্যখনৰ দুই-এঠাইত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা আৰু ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে সোমবাৰেও ধাৰাষাৰ বৰ...

May 23, 2024 6:45 PM

views 27

তেজপুৰৰ তৰুণ অসম সংঘৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠানৰ আয়োজন

তেজপুৰৰ ঐতিহাসিক তৰুণ অসম সংঘৰ ৯৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৯৩০ চনত লক্ষীধৰ শৰ্মাৰ নেতৃত্বত জাতীয় চেতনাবোধেৰে উদ্বুদ্ধ ছাত্ৰ-ছাত্ৰীসকলক লৈ গঠন হোৱা অনুষ্ঠানটোৰ আজি প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সংঘৰ প্ৰেক্ষাগৃহত এখন গাম্ভীর্যপূর্ণ সভা অনুষ্ঠিত ...

May 23, 2024 6:42 PM

views 18

গোলাঘাট জিলাৰ বোকাখাতত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰম্ভ

গোলাঘাট জিলাৰ বোকাখাতত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ আৰম্ভ হৈছে। শিশু বিজ্ঞান সমিতি, অসমৰ উদ্যোগত আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ সহযোগত এই সমাৰোহ অনুষ্ঠিত হৈছে। শিশুসকলৰ মনৰ পৰা অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক মানসিকতা গঢ় দিয়াৰ উদ্দেশ্যৰে এই সমাৰোহৰ আয়োজন কৰা হৈছ...

May 23, 2024 1:19 PM

views 13

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত বিশেষ মত-বিনিময় অনুষ্ঠানৰ আয়োজন

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত ২০১৬ চনৰ ৰিয়েল ইষ্টেট নিয়ন্ত্ৰণ আৰু উন্নয়ন আইন ৰেৰাৰ সঠিক বাস্তৱায়ন আৰু ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত সংশ্লিষ্ট কর্তৃপক্ষসমূহৰ মাজত বিশেষ মত বিনিময় অনুষ্ঠান আয়োজিত হয়। যোৰহাট জিলা প্রশাসন তথা ৰিয়েল ইষ্টেট নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ উদ্যোগত আৰু বেংক অব্...

May 23, 2024 1:16 PM

views 18

সাম্প্ৰতিক সময়ত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত শুৱালকুছিৰ তাঁত শিল্প উন্নয়ন সমিতিৰ সংবাদ মেল

শুৱালকুছিৰ বস্ত্ৰ শিল্পই সাম্প্ৰতিক সময়ত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত জনসাধাৰণক অৱগত কৰাৰ বাবে কালি শুৱালকুছিৰ তাঁত শিল্প উন্নয়ন সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰে। এই সংবাদমেলত বস্তু শিল্পৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিয়ে শিপিনীসকলৰ সমস্যাৰ সৃষ্টি কৰা বিষয়টোত আলোকপাত কৰা হয়। সংবা...

May 23, 2024 1:13 PM

views 22

গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান

খাদ্য সুৰক্ষা বিভাগে কালি গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান চলায়। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এটা দলে কৃত্ৰিমভাৱে পকোৱা আম বিচাৰি ফাঁচী বজাৰৰ প্ৰায় প্ৰতিখন ফলৰ দোকানত অভিযান চলায়। এই অভিযানত কাৰ্বাইড ব্যৱহাৰ কৰা প্ৰায় এক কুইণ্টল আম দলটোৱে নষ্ট কৰে। তদুপৰি...

May 23, 2024 1:11 PM

views 22

গ্রীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ পাঠদানৰ সময় কিছু সাল-সলনি জিলা প্ৰশাসনৰ

ৰাজ্যখনত বিগত কিছুদিন ধৰি অব্যাহত থকা গ্রীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলা প্রশাসনে ছাত্র- ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিদ্যালয়ৰ পাঠদানৰ সময় কিছু সাল-সলনি কৰাৰ বাবে কৰ্তৃপক্ষসমূহলৈ নিৰ্দেশ জাৰি কৰিছে। গোলাঘাট জিলা প্রশাসনে অহা শনিবাৰৰ পৰা জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।