আঞ্চলিক সংবাদ

May 31, 2024 7:59 PM

views 25

প্ৰধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত মাজুলীত বিশাল সজাগতামূলক শিবিৰ

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ কেইবাটাও গাঁও পঞ্চায়তত আজিৰে পৰা ২৮ জুনলৈ প্ৰধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত বিশাল সজাগতামূলক শিবিৰ অনুষ্ঠিত হৈছে। হিতাধিকাৰী কৃষকসকলৰ সুবিধার্থে গাওঁ পঞ্চায়তসমূহত মাহযোৰা কাৰ্যসূচীৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূ...

May 31, 2024 7:56 PM

views 28

মাজুলীত বেচৰকাৰী সংগঠনৰ উদ্যোগত জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত এখন সজাগতামূলক সভা

মাজুলীৰ আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা বেচৰকাৰী সংগঠনৰ উদ্যোগত জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। ষষ্ঠ মানৰ পৰা দশম মান শ্ৰেণীৰ ১৫২জন ছাত্র- ছাত্ৰীয়ে এই সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত ছাত্র-ছাত্রীসকলে শুকান, ভিজা আৰু ঘৰুৱা বিপজ্জনক জাৱৰক ঠাইতে পৃথক কৰি সঠিক ব্যৱস্থ...

May 31, 2024 7:52 PM

views 24

সূর্যোদয় মুক্ত আশ্ৰয় গৃহ পৰিদৰ্শন কৰি শিশুগৃহৰ কৰ্মচাৰীৰ আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা তিনিচুকীয়া জিলা আয়ুক্তৰ

তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপনীল পালে আজি জিলাখনৰ সূর্যোদয় মুক্ত আশ্ৰয় গৃহ পৰিদৰ্শন কৰি শিশুগৃহৰ কৰ্মচাৰীৰ লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। সূর্যোদয়ৰ সঞ্চালকগৰাকীয়ে আয়ুক্ত শ্রীপালক শিশুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে। জিলা আ...

May 31, 2024 7:47 PM

views 27

গুৱাহাটীৰ ১০ টা স্থানত ১ আৰু ২ জুনত খোৱাপানী যোগান বন্ধ থাকিব

গুৱাহাটীৰ ১০ টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে অহা ১ আৰু ২ জুনত খোৱাপানী যোগান বন্ধ থাকিব। গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে। পাইপ মেৰামতিৰ বাবে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধীবস্তি, ৰিহাবাৰী, বি কে কাকতি ৰোড, মণিপুৰী বস্তি, বি বৰুৱা ৰোড, কাছাৰী বস্তি আৰু ইছলামপু...

May 31, 2024 7:46 PM

views 22

চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ নিবেদন দাাস পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো অঞ্চল সামৰি সম্ভাৱ্য পথ দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত পর্যালোচনা কৰা হয়। পথ সুৰক্ষা...

May 31, 2024 8:21 PM

views 27

কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্তঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ...

May 31, 2024 7:31 PM

views 41

যোৰহাটৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ

যোৰহাট জিলাৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। যোৰহাট জিলা আয়ুক্তই এই সন্দৰ্ভত পশু আইন, ২০০৯ৰ ৬(১) ধাৰাৰ-সংক্রামক আৰু সংক্ৰমিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত বাগিছাখনৰ ৯ নম্বৰ লাইনক আফ্রিকান ছোৱাইন ফিভাৰৰ মূল কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। এই সম্পৰ্কে জাৰি কৰা অধিসূচ...

May 31, 2024 7:28 PM

views 31

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত পৰিছে। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনত আজিৰ পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগত...

May 31, 2024 7:22 PM

views 26

ৰাজ্যৰ বানৰ ফলত ৰাজ্যৰ ৩৮৬ খন গাওঁৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

♦ ৰাজ্যৰ ৯ খন জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ লগতে কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। সাগৰীয় ঘূর্ণিবতাহ ৰিমলৰ প্ৰভাৱত হোৱা প্ৰৱল বৃষ্টিপাতৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, পশ্চিম কাৰ্বি আংলং, হোজাই, গোলাঘাট, ডিমা হাচাও ...

May 31, 2024 6:55 PM

views 34

৪ জুনত আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।