আঞ্চলিক সংবাদ

March 31, 2024 8:48 PM March 31, 2024 8:48 PM

views 33

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টিত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিয়লিৰ ভাগত অহা এজাক ধুমুহা শিলাবৃষ্টিয়ে বিভিন্ন অঞ্চলত ক্ষতি কৰিছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ বিভিন্ন স্থানত আজি বিয়লি প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত উজান বাঁহবাৰী, আওহাটা, ৰাজাবিল অঞ্চলি, জালাহ শিমলাকে ধৰি কেবাটাও স্থানত বিস্তৰ ক্ষতি হৈছে। এই অঞ্চলসমূহৰ কেইবাটা...

March 31, 2024 7:43 PM March 31, 2024 7:43 PM

views 14

দিনজোৰা কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপন

বিগত বছৰৰ দৰে আজি কামৰূপ জিলা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ ঐতিহাসিক পটভূমি আৰু কামৰূপ জিলাৰ পৰ্যটন ব...

March 31, 2024 7:38 PM March 31, 2024 7:38 PM

views 50

কাৰ্বি আংলং জিলাৰ ডিফুত ভোটদান আৰু ভোটাৰ সজাগতা সভা

সমাগত লোকসভা নির্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। তৃতীয় লিংগৰ ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলাৰ ডিফুৰ জিলা আয়ুক্ত কার্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়। সভাত নিৰ্বাচনী জিলাৰ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে জিল...

March 31, 2024 7:33 PM March 31, 2024 7:33 PM

views 15

অসমৰ ১২ বিধ সামগ্ৰীৰ জি আই টেগ লাভ

অসমৰ ১২ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰিছে। সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পক জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে জথা, গগণা, খাম, চেৰচা আৰু চিফুঙেও জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হ...

March 31, 2024 7:25 PM March 31, 2024 7:25 PM

views 44

কাইলৈপৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অব্যাহত থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে। বতৰ বিজ্ঞান বিভাগে ওড়িশা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখ...

March 30, 2024 10:13 PM March 30, 2024 10:13 PM

views 26

মিচিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী আৰু ৰাভা ভাষাত শিক্ষা গ্ৰহণ কৰা সন্দৰ্ভত শিক্ষা বিভাগৰ নিৰ্দেশনা

মিচিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী আৰু ৰাভা ভাষাত শিক্ষা গ্ৰহণ কৰা সন্দৰ্ভত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি বুনিয়াদী পৰ্যায়ত এই ৬টা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গণ্য কৰা হৈছে। সম্প্রদায় কেইটাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত সুবিধা হোৱাৰ বাবে এই ভাষাকেইটাক শিক্...

March 30, 2024 10:08 PM March 30, 2024 10:08 PM

views 13

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে কাজিৰঙাত তিনিদিনীয়া  আন্তঃৰাষ্ট্ৰীয় কর্মশালা

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে গোলাঘাট জিলাৰ কাজিৰঙাত তিনিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় কর্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত ১৩খন ৰাষ্ট্ৰৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। এই কৰ্মশালাত এছিয়া মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰত চলি থকা হাতী-মানুহৰ সংঘাত ৰোধ কৰি এছিয়ান হাতী সংৰক্ষণৰ কর্মসূচী আৰু নিৰ্দেশনা ...

March 30, 2024 9:45 PM March 30, 2024 9:45 PM

views 22

ৰাজ্যত ৩টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰশিক্ষণৰ লগতে ভোটাৰ সজাগতা অভিযান

ৰাজ্যত ৩টা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতা গ্ৰহণ কৰিছে । গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি কাজিৰঙা লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন আৱণ্টন প্রক্রিয়া সম্পন্ন হয়। উল্লেখযোগ্য যে এই সমষ্টিটোৰ বাবে ১১ গৰাকী প্রার্থীয়ে মনোন...

March 30, 2024 9:34 PM March 30, 2024 9:34 PM

views 29

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ দুখন বুজাবুজি চুক্তি

আসন্ন লোকসভা নিৰ্বাচনত ১০০ শতাংশ ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আজি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। শ্রীগোৱেলে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অ...

March 29, 2024 9:49 PM March 29, 2024 9:49 PM

views 38

ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক নির্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে৷ বিশেষকৈ অহা ১৯ এপ্ৰিলত ৫টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক নির্বাচনী প্ৰচাৰ চলায়। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি চৰাইদেউ জিলাৰ মাহমৰা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।