আঞ্চলিক সংবাদ

October 29, 2024 12:19 PM

views 15

হোজাইত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে জিলা প্রশাসনৰ নীতি-নিৰ্দেশনা জাৰি

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হোজাই জিলা প্রশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। জিলাখনত ফটকা বিক্ৰী কৰা বিপণীসমূহে প্ৰশাসনৰ লগতে পৌৰসভা অথবা পঞ্চায়তৰ পৰা অনুমতি ল'ব লাগিব। জনসাধাৰণে উচ্চ শব্দৰ ফটকা ব্যৱহাৰ কৰিব নোৱাৰিব। জিলাখনৰ প্ৰশাসনে সৰ্বসাধাৰণ ৰাইজক সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে। আন...

October 29, 2024 12:17 PM

views 21

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগত অসম ৰেঞ্জাৰ এফ চিৰ খিতাপ অৰ্জন

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগৰ কালি অনুষ্ঠিত চূড়ান্ত খেলত অসম ৰেঞ্জাৰ এফ চিয়ে অনিৰুদ্ধ স্পৰ্টছ ক্লাবক ২-০ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। অসম ৰেঞ্জাৰ এফ চিৰ হৈ অনমিত্ৰ বৰা আৰু ঋতুপল্লব চলিহাই ক্ৰমে খেলৰ তৃতীয় মিনিট আৰু ৭৯ মিনিটত গ'ল কৰি দলটোৰ বিজয় নিশ্চিত কৰে। বিজয় সূত্ৰে বাপুৰাম ক...

October 29, 2024 12:13 PM

views 12

গোলাঘাটৰ মেৰাপানীত ১৭ বস্তা চুপাৰসহ এখন ট্রাক জব্দ

গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষীয়ে নিশা ১৭ বস্তা চুপাৰিসহ এখন ট্রাক জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি মেৰাপানীৰ তৰাণি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে নাগালেণ্ডৰ পৰা যোৰহাটৰ দিশে অবৈধভাৱে চুপাৰি কঢ়িয়াই অনা এ এছ ০১-এম চি ৭০৯৬ পঞ্জীয়ন নম্বৰৰ ট্রাকখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই ট্রা...

October 28, 2024 8:07 PM

views 20

গুৱাহাটীৰ ৰূপনগৰৰ মীন সমবায় সমিতিৰ সমূহীয়া কেন্দ্ৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

মীন মন্ত্ৰী কেশৱ মহন্তই আজি অসম কৃষি, বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত গুৱাহাটী ৰূপনগৰত থকা ফিছফেডৰ সদৰ কাৰ্যালয় প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা মীন সমবায় সমিতিসমূহৰ সমূহীয়া কেন্দ্ৰটো উদ্বোধন কৰে। এই সমূহীয়া সেৱা কেন্দ্ৰটোত মীন সমবায়সমূহৰ সদস্য, মীন বিভাগৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী আৰু ম...

October 28, 2024 8:02 PM

views 32

মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বস্ত্ৰশিল্প আৰু বহিঃপৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অধীনৰ গুৱাহাটীত থকা মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কৰে। এই সংস্থাটোৰ অধীনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু তামিলনাড়ুত থকা ১৩টা ক্ষেত্রগোটে মানসম্পন্ন মুগা আৰু এড়ি ৰেচমপলু বীজ উৎপাদনত সমর্থন আ...

October 28, 2024 11:55 AM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজৰ চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজে আজি যুটীয়াভাৱে বদোদৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি কৰে। এয়া ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কাৰ্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্ৰনিকছ লিমিটেড আৰু ভাৰত ডায়নে...

October 28, 2024 11:53 AM

views 44

ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ উদ্বেগ প্রকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১১৫ সংখ্যক খণ্ডৰ যোগেদি ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ডিজিটেল এৰেষ্টৰ নামত চলা এনে ধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সকলো তদন্তকাৰী সংস্থাই একেলগে কাম কৰি আছে। আইন...

October 28, 2024 11:52 AM

views 23

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ আৰম্ভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ চলি আছে। এই উপ-নির্বাচনৰ বাবে শাসক-বিৰোধী আৰু নিৰ্দলীয়কে ধৰি মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধায্য কৰা হৈছে। ইপিনে, নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে...

October 28, 2024 11:50 AM

views 14

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত সদ্যসমাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্...

October 28, 2024 11:49 AM

views 22

দেশজুৰি আজিৰ পৰা তদাৰকী সজাগতা সপ্তাহ পালন

দুর্নীতিমুক্ত সমাজৰ লক্ষ্যত উপনীত হোৱা তথা ৰাজহুৱা জীৱনত ন্যায়পৰায়নতাৰ ভাৱাদৰ্শ সংবর্ধনৰ উদ্দেশ্যে আজিৰ পৰা দেশজুৰি তদাৰকী সজাগতা সপ্তাহ পালন কৰা হৈছে। এই কাৰ্যসূচীৰ বিষয়বস্তু হৈছে– সত্যনিষ্ঠাৰ সংস্কৃতিৰ দ্বাৰা দেশৰ সমৃদ্ধি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় তদাৰকী আয়োগে গণমুখী প্ৰচাৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।