আঞ্চলিক সংবাদ

November 8, 2024 6:52 PM

views 4

নৱপ্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিতঃ কৃষিমন্ত্ৰী অতুল বৰা

কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যৰ নৱ প্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিত বুলি প্ৰকাশ কৰিছে। মন্ত্ৰী বৰাই আজি যোৰহাট জিলাৰ চিনামৰাৰ এখন বিদ্যালয়ৰ ভূমিত শিক্ষাৰ্থীসকলৰ সৈতে ধান কটাৰ শুভাৰম্ভ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, যদিহে ৰাজ্যৰ শৈক্ষিক প্রত...

November 8, 2024 6:50 PM

views 11

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য; ১৫০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত ১৫০গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ উপৰি অভিনয় জগতত দীৰ্ঘদিন ধৰি উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ বাবে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু সত্ৰীয় ...

November 8, 2024 6:48 PM

views 9

দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত অংগনৱাড়ী কৰ্মী-সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান

দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত ৪৪টা অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত ১০টা কেন্দ্ৰত অংগনৱাড়ী কৰ্মী আৰু ৩৪ টা কেন্দ্ৰত অংগনৱাড়ী সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্রার্থীসকলে প্রয়োজনীয় নথি-পত্ৰ আৰু পাছপোৰ্ট আকাৰৰ ফটোৰ দুটা ক’পীৰ লগতে নিৰ্ধাৰিত আৰ্হিত আৱেদন দাখিল কৰিব লাগি...

November 8, 2024 6:47 PM

views 14

গুৱাহাটীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীত তামিলনাডুৰ বিৰুদ্ধে অসমৰ প্রথম ইনিংছত ১০৭ ৰানৰ অগ্রগতি

তামিলনাডুৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰাত চলি থকা ৰঞ্জি ট্ৰফীৰ চাৰিদিনীয়া খেলখনত অসমে প্রথম ইনিংছত ১০৭ ৰানৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। তামিলনাডুৰ প্ৰথম ইনিংছত কৰা ৩৩৮ ৰানৰ প্ৰত্যুত্তৰত অসমে আজি তৃতীয় দিনা প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে। দিনটোৰ খেলৰ সামৰণিত তামিলনাডুৱে এটাও উইকেট নেহেৰুৱাকৈ ৮ ...

November 8, 2024 11:57 AM

views 42

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ মনোনয়ন পত্ৰ জমা দিয়া প্ৰক্ৰিয়া আৰম্ভ

অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াই গতি লাভ কৰিছে। ২০২৫-২৭ বৰ্ষৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে কালিৰে পৰা মনোনয়ন পত্ৰ জমা দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে। সাহিত্য সভাৰ সূত্ৰই জনোৱা অনুসৰি প্ৰথম দিনা দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ গুৱাহাটীৰ কাৰ্যালয়ত জমা দিছে। উপ-সভাপতি পদৰ বাবে এজন প্ৰাৰ্থী ...

November 8, 2024 11:54 AM

views 10

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ উপদেষ...

November 8, 2024 11:53 AM

views 29

ব্ৰাজিলৰ পৰা আমদানি কৰা মাটি মাহৰ দাইলৰ পৰিমাণ ২২ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে কয় যে যোৱা অক্টোবৰৰ শেষ ভাগলৈ ব্ৰাজিলৰ পৰা আমদানি কৰা মাটি মাহৰ দাইলৰ পৰিমাণ ৪ হাজাৰ ১০২ মেট্রিক টনৰ পৰা ২২ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কয় যে শেহতীয়া কেইটামান বছৰত ব্ৰাজিলৰ মাটি মাহৰ দাইলৰ গুৰুত্বপূৰ্ণ যোগানকাৰী ৰূপে পৰ...

November 8, 2024 11:51 AM

views 23

যোৰহাটৰ কাকজান আৰু মেলেঙৰ লগতে জিলাখনৰ ভিন্ন স্থানত বেৰিকেডৰ ব্যৱস্থা

শীতকাল আৰু কুঁৱলীৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পথ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা যোৰহাটৰ কাকজান আৰু মেলেঙৰ লগতে জিলাখনৰ ভিন্ন স্থানত বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে। জিলাখনত ভিন্ন স্থানত ঘাইপথসমূহৰ নিৰ্মাণকাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত চালকৰ সুবিধাৰ...

November 8, 2024 11:47 AM

views 17

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি পূৰ্বোত্তৰ আদি মহোৎসৱ

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পূৰ্বোত্তৰ আদি মহোৎসৱ মুকলি কৰিব। জনজাতীয় শিল্প-সংস্কৃতি, খাদ্য আৰু পণ্য প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে জনজাতীয় পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ট্রাইফইডে এই মহোৎসৱৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰৰ শিক্ষা তথা জনজাত...

November 8, 2024 11:45 AM

views 21

বৰ্ণাঢ্য কাৰ্যসূচীৰ কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১৯৯৮ চনৰ ৯ নৱেম্বৰত কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। কাইলৈ পুৱা কলাক্ষেত্ৰৰ কীৰ্তনঘৰত নাম-প্ৰসংগ আৰু আয়তীসকলৰ দিহানামেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। দিনৰ ভাগত বৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।