আঞ্চলিক সংবাদ

November 11, 2024 8:38 PM

views 16

গোৱাত অহা ২০ নৱেম্বৰৰ পৰা ৫৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

গোৱাত অহা ২০ নৱেম্বৰৰ পৰা ৫৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি নতুন দিল্লীত এই উপলক্ষে আয়োজিত সংবাদমেলত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম বৃহৎ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতি দেশৰ লগতে বিশ্বৰ বিভিন্ন প্রা...

November 11, 2024 8:34 PM

views 7

মঙলদৈৰ জিলা পুথিভঁৰালত কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীৰ্ষক জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠান

দৰং জিলাৰ মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীৰ্ষক এটা জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ শিক্ষিত যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ উপযুক্ত পথৰ সন্ধান দিয়াৰ লক্ষ্যৰে জিলা নিয়োগ বিনিময় কেন্দ্রই এই কাৰ্যসূচী গ্ৰহণ কৰে। জিলাখনৰ মহাবিদ্যালয় পৰ্যায়...

November 11, 2024 8:32 PM

views 12

দেশৰ ১১খন ৰাজ্যৰ ৩৩টা বিধানসভা সমষ্টি আৰু কেৰালাৰ ৱায়ানাড় লোকসভা আসনখনৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

দেশৰ ১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টি আৰু কেৰালাৰ ৱায়ানাড় লোকসভা আসনখনৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। পৰহিলৈ অসমৰ ৫ খন, ৰাজস্থানৰ ৭ খন, পশ্চিমবংগৰ ছখন, বিহাৰৰ ৪ খন, কৰ্ণাটকৰ ৩ খন, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুখনকৈ বিধানসভা আসনৰ বাবে উপ- নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ লগতে কেৰালা, ছত্তি...

November 11, 2024 6:48 PM

views 18

তিনিচুকীয়া-ডিব্ৰুগড় জিলা বন্ধৰ সামৰণি; তিনিচুকীয়াত বন্ধৰ ব্যাপক প্ৰভাৱ, ডিব্ৰুগড়ত আংশিক প্ৰভাৱ

অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিবাদত মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলনে দিয়া ১২ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ আজি বিয়লি ৫ বজাত সামৰণি পৰে। তিনিচুকীয়া জিলাত এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰে যদিও ডিব্ৰুগড় জিলাত এই ব...

November 11, 2024 6:45 PM

views 15

নতুন দিল্লীত অহা ১৫-১৬ নৱেম্বৰত প্ৰথম বড়োলেণ্ড মহোৎসৱৰ আয়োজন

নতুন দিল্লীত অহা ১৫ আৰু ১৬ নৱেম্বৰত প্ৰথম বড়োলেণ্ড মহোৎসৱৰ আয়োজন কৰা হৈছে। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তান সাহিত্য সভা আৰু বড়ো সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা বিটিআৰ প্ৰশাসনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ১৫ নৱেম্বৰত এই মহোৎসৱ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধ...

November 11, 2024 6:43 PM

views 19

কামৰূপ মহানগৰত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান, ১৬০গৰাকী পৰ্যৱেক্ষক নিয়োগ

কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে কামৰূপ মহানগৰতো কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান চলি আছে। এই অভিযানৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৭৯০টা দল আৰু ১৬০ গৰাকী পৰ্যৱেক্ষকক নিয়োগ কৰা হৈছে। প্ৰতিটো দলত এগৰাকী আশাকৰ্মী আৰু এগৰাকী প্রশিক্ষণপ্রাপ্ত স্বাস্থ্যকর্মী নিয়োগ কৰা হৈ...

November 11, 2024 6:39 PM

views 9

দেশৰ ৫১সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ শপতগ্ৰহণ

ন্যায়াধীশ সঞ্জীৱ খান্নাই আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ খান্নাক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে অহা বছৰ মে’ৰ মাজভাগলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্...

November 11, 2024 6:38 PM

views 64

আকাশবাণী গুৱাহাটীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত বায়ু প্ৰদূষণ, প্ৰভাৱ তথা প্ৰতিৰোধ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত বায়ু প্ৰদূষণ, প্ৰভাৱ তথা প্ৰতিৰোধ এই সন্দৰ্ভত ছফডৰজং চিকিৎসালয়ৰ শ্বাস-প্ৰশ্বাসজনিত ঔষধ বিভাগৰ অধ্যাপক নীৰজ গুপ্তা আৰু জ্যেষ্ঠ পৰিৱেশবিদ মুকুল ছানৱালৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোত...

November 11, 2024 6:36 PM

views 7

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী

কাইলৈ ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস উপলক্ষে আজি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ চৌহদত থকা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহে প্ৰচাৰ কৰা অনুষ্ঠানসমূহৰ প্ৰদৰ্শনৰ ওপৰত ভ...

November 11, 2024 12:32 PM

views 32

মঙলদৈত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীর্ষক এটা জিলা পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন

দৰং জিলাৰ মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীর্ষক এটা জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনৰ শিক্ষিত যুৱক-যুৱতীসকলক কর্মসংস্থাপনৰ উপযুক্ত পথৰ সন্ধান দিয়াৰ লক্ষ্যৰে জিলা নিয়োগ বিনিময় কেন্দ্ৰই এই কাৰ্যসূচী হাতত লৈছে। এই পৰামৰ্শ দান কাৰ্যসূচী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।